খণ্ড- ২ 👇(Part ২)👇 কাহিনী-২ সেই একেখন স্কুলৰ হোষ্টেলত এ আছিল আৰু দুজন ককাই - ভাই ।এজন আছিল ক্লাছ 7 ত আৰু আনজন আছিল ক্লাছ 9 ত ।সৰু জনৰ নাম আছিল ৰাজীৱ আৰু ডাঙৰ জনৰ নাম আছিল ৰাহুল। এখন আৱাসিক বিদ্যালয়ত ৰেগিং ৰ পৰা আদি কৰি আৰু বহুতো ঘটনা ঘটি থাকে । যিবোৰ থাকি যায় কেৱল স্কুলৰ ভিতৰতেই।। সেই দুজন ককাই- ভাইৰ মাজতো ঘটিছিল তেনে এটা ঘটনাই। সেই সময়ত আমাৰ পৰীক্ষা হৈ আছিল ।সকলো পৰীক্ষা দিবলৈ স্কুল গল । পৰীক্ষা শেষ হলত সকলো হোষ্টেল লৈ আহিব ললে।ক্লাছ 11 ৰ এজন চিনিয়ৰ আছিল। চিনিয়ৰ জনে আহি দেখিলে তেওঁৰ বেগ ত থকা ৩০০০ টকা চুৰ হৈছে।সকলো ক্লাছ 11 ৰ লৰা বোৰ হোষ্টেলত গোট খালে আৰু পইচা কত ,কোনে ললে বিচৰা ত লাগিল। এটা ছাত্ৰাবাসত যদি চুৰ ওলাই , হোষ্টেলত থকা সকলোৱে জানে যে তাৰ অৱস্থা কেনেকুৱা হয় বা কেনেকৈ সকলোৰে পৰা পিটন খাই । গম পোৱা গল ৰাজীৱ ৰ ককায়েক ৰাহুল হোষ্টেলত সকলো ত কৈ আগত পৰীক্ষা দি আহি সোমাইছিল । গতিকে ৰাহুলক সন্দেহ কৰি মাৰ পিত কৰাত লাগিল । বহুত বেয়াকৈ আঘাত প্ৰাপ্ত হল ৰাহুল।ভায়েকে গম পাই আহি ভয়ত কান্দি আছে। ৰাহুলে বে...
অসমীয়া Love Story, চুটি গল্প, আৰু বহুতো আপোনালোকৰ বাবে আহি আছে বহুতো ভাল লগা কবিতা , কাহিনী , প্ৰবন্ধ ।