...
25/8/20
বতৰ টো বৰ গৰম আজি । আজি চাগে বৰষুণ জাকে আমাৰ গাঁওখন বাদ দি বেলেগ এখন ঠাই নিজৰ লগৰী কৰি ললে । কাহিনী বোৰ শেষ নহলে ... লিখিবলৈ টো মন গৈয়ে থাকে। সকলো কাহিনী এ সমাপ্ত হয়।কিন্তু ,কাহিনীৰ ভিতৰত থকা কিছুমান কাহিনী হইটো আধাৰুৱা ......হৈ ৰৈ যায়...🙃.. মমম.......এইবোৰ পাছতেই জনা যাব ।।।।।কাহিনী লৈ আগবাহো...
আমি সকলোৱে ক্লাছ 11 ত ভৰি পেলাইছিলো। ক্লাছ 11 টু হয় স্কুলৰ ৰোলিং বেটছ (Roling batch) মানে...... শাসকীয় চাম । স্কুলৰ সকলো কাৰ্য্য গতুৱা হই। স্কুল কেপ্টেইন পৰা আদি কৰি যিমান কেপ্টেইন আছে হোষ্টেল প্ৰতি । ২য় খণ্ডত এটা প্ৰশ্ন আছিল যে ৰবি আৰু মোৰ সম্পৰ্ক এতিয়া কেনে কোৱা বুলি ........ ময় কম যে বন্ধু সদাই বন্ধুৰ ঠাইত ,তাৰ ঠাই কুনেও লব নোৱাৰে , ভুল তো মুৰেই আছিল,মই এ ৰিয়াক কৈ পাইচিলো তেনেকৈ। হেইয়ে সকলো ঠিক থাক কিন্তু ৰীয়া ৰ কথা হে জনা নাছিলোঁ এতিয়া লৈকে ......... আজি কালি ক্লাছৰ সকলোৰে লগত ,ভালকে কথা বতৰা পতা হই । সময়ে সৱকে সলনি কৰে নহয় 😊
....... এমাহৰ পাছত.....
JUL ২০১৫
সময় : ৪ তা (সন্ধ্যা)
( Junior লৰা কেইটামান ক্ৰমে পংকজ ,যতীন আৰু মনোজ . ... ৰবি ৰ বিচনাৰ কাষত থিয় হৈ আছে, ওচৰত ৰাজ ... ৰবিৰ বিছনা ত কিতাপ এখন পঢ়ি আছে)
ৰবি: কোন ক্লাছ পালিগৈ তহত ই ।
(গোটেইকেইটা ই একেলগে) : দাদা ক্লাছ ৮ ত ।
ৰবি : গোটেই তিনিটা , , পুনে পুনে যা আৰু ৰোমৰ ক্ৰমে ১,২,৩ নম্বৰ বিচনা ৰ তলত সোমাই মতা মহ আৰু মাইকী মহ এজনী এজনী বিচাৰি আন।
(গোটেই তিনিটা অলপ দূৰ গৈ আকৌ ঘূৰি আহি): দাদা, কেনেকৈ চাম , মাইকী কোনটো.....
ৰাজ: কে** ছোৱালী ৰ যেতিয়া খো খো , কাবাডী খেল হয় উকিয়াই উকীয়াই চাবি, ,আৰু এতিয়া মাইকী মহ চিনি নাপাঅ, জা বিচাৰ দেৰি নকৰ .........
(গোটেইকেইটা গৈ এখন এখন বিছনা লৈ বোলী........সেই সময়তে মই সোমাই আহিলো হোষ্টেল ত)
মই: কেলে তহঁতে মাথা খাই আছ পোৱালি কেইটাৰ?
ৰবি: তই কেছ টো নাজানই মানে , এইকেইটা ৰ কাৰণে কালি আপেল (আমাৰ হোষ্টেল অংক মাষ্টৰ -আমি আমাৰ মাজত এ নাম এটা দি লৈছোঁ আপেল বুলি, তেখেতৰ মূখ খন একেবাৰে আপেল তোৰ নিচিনা🤣) ৰ পৰা গালি খাইছো Principal ৰ আগত এই কেইটাৰ কাৰণে । বোলে কি হোষ্টেল কেপ্টেইন তই বোলে লৰাবোৰে সময়ত প্ৰাৰ্থনা সভাত নাহে , এই কেইটা পাঁচ দিন জাই ,পাঁচ দিন নাযায় ,আজি মজা টো দিছোঁ ইহঁতক .....
মই : হয় নেকি হা হা 😀। আচ্চা ...বৈ এতিয়া দোকানৰ পৰা আহোগে practical ৰ বহি এখন কিনিব লাগে।
ৰাজ: মই ও যাম, নিহাক দেখিব ও পাৰো 😊।
ৰবি: বৈ , মোৰো কিনিব আছে আৰু তহঁতী তিনি তা,.......... এতিয়া 4 তা বাজিচে , আৰু আধা ঘণ্টা মহ বিচাৰ , পাই গলে গুচি যাবি।
মই : হেই পঠিয়াই দে , এইকেইটাক।
(Junior কেইটাই আমাৰ ফালে চালে বিছনাৰ তলৰ পৰাই)
ৰাজ : নাই নাই, আমি অহা লৈ কে বিচাৰি থাক। ৰিয়াণ
পাহৰি গলী নি তই। আমি যে এক ঘণ্টা সোমাই আছিলোঁ ক্লাছ 7 ত ,যতীন দাৰ কাপোৰ নুধুৱাৰ কাৰণে।
মই : মনত আছে টো 😀, বৈ বৈ । Evening assembly (সন্ধ্যাৰ প্ৰাথনা সভা) লৈ দেৰি হব।আকৌ আপেল ৰ গালি আমিও শুনিব লাগিব!
দিন বাগৰি গৈ আছিল ,কিন্তু ৰীয়া ৰ লগত হৈ যোৱা সেই প্ৰসঙ্গ মনত পৰি অাছিল ।তাইক মনৰ কথাবোৰ টো কব নাপালোৱেই ...... আৰু Sorry কবলে ও সুযোগ নপালো। তাৰ বান্ধৱী নিকিতা আমাৰ ক্লাছ তে বৰ্তমান পঢ়ি আছে আৰু তাইৰ পৰাই গম পালোঁ ৰীয়া অসমৰ বাহিৰত যাব লগা হল , মানে দেউতাক ৰ চাকৰিৰ স্থানান্তৰিত হোৱাৰ সূত্ৰে। তাতেই তাই পঢ়া শুনা কৰি আছে.........
১১/০৮/২০১৫
(শনিবাৰ)
(ক্লাছ ৰ পৰা আহি হোষ্টেল ত)
ৰবি: ৰিয়ান কত আছ ? তোৰ কাৰণ এ খুছ খবৰ এটা আছে । তই টো আজি ক্লাছ নগলি সেইয়ে আমি পাই আহিলো😀।
মই: কি , খবৰ ক বাৰু।
ৰবি : ৰাজ কৈ দে চুন, ই জঁপিয়াই যাওক ।
মই : সেই সোনকালে ক না।
ৰাজ : আজি ৰীয়া ৰ ফোন নম্বৰ পালো
মই : কি ? হচাকে , কাৰ পৰা পালি ? কথাটো শুনি বৰ শান্তি পালো বেহ।
ৰাজ: তাৰ বেষ্টফ্ৰেণ্ড নিকিতাৰ পৰা পালো। আমাৰ ৰবিৰ লগত ভাল টো নিকিতা। সেইকাৰণে নম্বৰ উলিয়াবলৈ বেছি কষ্ট নহল😉
মই : আব্বে, দোস্ত হ তঃ এইছা । ধন্যবাদ য়াৰো ।
ৰবি : ধন্যবাদ টো পাছত ,বৈ দোকান ৰ পৰা মটৰ আনি খোৱা ,ৰঙালাউ জোল দিছে আজি।
ৰাজ : অৱ আন আন...ৰঙালাউ জোল কে** ভাতেই নুহোমাই পেট ত।
মই: অচ্ছা ,ঠিক আছে........ বৈ
ৰবি: আৰু এটা কথা .. তাই ও হোষ্টেল ত থাকে যে, বহুত স্ত্ৰিক্ত বোলে.. সেইকাৰণে অকল দেওবাৰে হে মবাইল পাই..
মই : হয় নেকি.. বাৰু..
ৰবি আৰু ৰাজ ৰ দুই তাৰে ফোন আছিল , মোৰো আছিল এটা নকীয়া ১২০০ ।ফোন বিলাক লুকুৱাই থও নহলে আপেল এ পালে লৈ যায় ,ঘুৰাই নিদিয়ে ।, সিহঁতৰ কথা পাতিবলৈ ও আছিল , ৰাজ টো বীজি থাকে নিহাৰ লগত , আৰু ৰবি যাৰ তাৰ লগত 😀। মোৰ কথা পাতিব লগীয়া আছিল অকল মা , দিনটো ত এবাৰ মাৰ লগত কথা পাতো । ৰীয়া ৰ নম্বৰ টো পাই গলোঁ কিন্তু মোবাইল ত মোৰ recharge হে নাছিল....
.
(Next day/পাছদিনা)
দেওবাৰ (Sunday) সকলোৱে অলপ দেৰি কে উঠে আনকালে ৭ তা ত স্কুল যাবৈ লাগে যে ।
মই হুমুনিয়াহ এটা কাৰি, লাহে লাহে বিছনা ৰ পৰা উঠিব লৈছোঁ ,ঘৰিটো চাই দেখিলোঁ ৯ বাজিছে । ৰবি ও সেইসময়তে উঠি হোষ্টেল ৰ পৰা ব্ৰাচ কৰিবলে বাহিৰলৈ ওলাই গৈছে । মই টেবুল ত ব্ৰাছ দাল বিচাৰি হাত খন ফুৰাই .....
মই : ঐ মোৰ ব্ৰাছ কত , ৰেহ.. নাই যে ইয়াত.
ৰাজ: তেবুলটে থাকিব, ভালকৈ চা.... (কৈ পিনে ব্রাছ কৰিব বাহিৰলৈ ওলাই গল)
মই (বাহিৰলৈ গৈ ৰবি ৰ মুখলৈ চাই): ৰবি ব্ৰাছ কৰিছ নঃ , ব্ৰাছ দাল চা চুন এবাৰ কাৰ হয়।
ৰবি : কি হল নিজৰ ব্ৰাচ মাৰি আছোঁ ক।
ৰাজ: তোৰ ব্ৰাচ ডাল টো ৰঙা হে আছিল।
মই : কুকুৰে কে** মোৰ ব্ৰাচ মাৰি আছে, টোপনিতে উঠি খবৰে নাই ,যা তোৰ ব্ৰাচ টেবুল তে আছে।😂
ৰবি(ব্ৰাচ ডাল চাই): কি?????? .......য়াক..!!!!!!..... থো.....অই কে** চাবুন দে ....yaaaakkkk.......বমি.....বমি লাগিছে বেঃ....🤮🤮🤮
ৰাজ: 🤣🤣🤣.....কে** হা হা হা....
মই: 😅😅... আচ্চা বাৰো,। কিন্তু মেইণ কথা টো ৰিচাৰ্ছ কাৰ্ড কত পাম.....
ৰাজ: আৰে ভাই মই আছোঁ টো......ৰবীন দোকান যাম ,৯ টকীয়া Airtel নাইট পেক ৰাতি ৯ তাৰ পৰা ৰাতিপুৱা ৫ তা লৈ কে যিমান পাত পাতিয়ে থাক.......
মই :হেই ইমান নু কত পাতিব😊 । কেতিয়া যাবি?
ৰাজ: সন্ধ্যা প্ৰাৰ্থনা সভাৰ (Evening assembly) পাচত উলাই যাব লাগিব ।
ৰবি: ভালকৈ চাই চিটি যাব লাগিব , Pricipal এ কেম্পাচ ৰ বাহিৰত কিছুমান গাঁৱৰ মানুহ চকীদাৰ থৈ দিয়ে ।
মই: অৱ তোৰ ঠিক হল মুখ 😅 ......
ৰবি : কে** পুৰা ছফা কৰিলো ।টেঙা আনিব দিছো হোষ্টেলৰ পোৱালি এটা ক ।
মই: 🤣🤣। পিছে এতিয়া বহুত সাৱধানে যাব লাগিব
ৰাজ: একো নাই দে দৰ কে আগে জিত হে। মই গৈ এ থাকো মাজে মাজে কাৰ্ড আনিব .....
সন্ধ্যা প্ৰাথনা সভাৰ পৰা আহি আমি তিনিটাই জোতা চোতা লগাই ৰিচাৰ্ছ কাৰ্ড আনিবলৈ ওলাই কেম্পাচ ৰ ৱাল খন মনে মনে পাৰ হলো । ৰবিয়ে এনেই ছালত বেগ এটাও লৈ লৈছে । গেতেৰে দি যাব নোৱাৰি.... চকিদাৰ হাজীৰ হৈ থাকে .....সন্ধ্যা 7 তা বাজিছে ,১ কিলোমিটাৰ মানৰ বাট ,সাৱধানে গৈ আছোঁ.....দোকান পালোগে .....কাৰ্ড লৈ পুনৰ হোষ্টেল লৈ বুলি ঘূৰি যাবলৈ ললো.... ....ৰাস্তাত আহি থাকোঁতে পাছফালে অলপ দুৰৰ পৰা ৩ তা হকত মানুহে মাতিব ধৰিলে....
: অই কোন তহতী । কৰ পৰা আহিছ?
মই(ৰখি লৈ) : আ আ ...আমি ওচৰৰে হই দাদা..... এ দোকান গৈছিলো ।
:কি নাম তোৰ.....?
মই: দাদা ৰিয়ান ঐনিতন...
: ঐনিতম উপাধিৰ আমাৰ গাঁৱত কোনো নাই ...চা লা তহতি স্কুল কেম্পাচ ৰ পৰা আহিছ ন .. ৰ ৰ..... ৰখ চালা
ৰবি(যুৰ্কে চিঞৰি) : ৰাজ ,ৰিয়ান পলা............জল্দী
গোটেইকেইটা আমি দৌৰিব ধৰিলো ।পাছফালে হেইকেটাই খেদি আহিলে .....অলপ দেৰি পাছত দেখিছো ...পাছফালৰ পৰা এগাল মান মানুহে খেদাই আহিছে কেইটামান এ নঙলা আৰু লাঠি দলি মাৰি পঠিয়াইছে । যেনে তেনে আমি অলপ বেগাই (speed) দৌৰি আহি ফেফাই জুপাই ঘৰ এটা ৰ আঁৰত লুকাই দিলোঁ ।মানুহ খিনিয়ে অলপ দূৰ গৈ আমাক বিচাৰি নাপাই ঘৰমুৱা হল ......
মই : উফ... হে ...... কে** যেনে তেনে বাচিলো বে আমি...
ৰাজ: অৱ বে ......কে** ...... উফ্ ..ঘামি জুমি খতম ৰে....
মই :আমি দুকানলৈ হে গৈছিলো ।গোটেই হুপাই খেদি আহিছিল যে?
ৰবি: অ গমেই নাপালি মানে।আমি দৌৰি আহোঁতে কে** পথাৰেদি গোটেই কঠিয়া গছকী আহিলো ... দেখি নপালি ।সেইকাৰণে ...😅
ৰাজ আৰু মই:🤣 কি??কে** সঁচা কে মৰিলো হয় আজি।
মই(ৰিচাৰ্ছ কাৰ্ড খন উলিয়াই): হা হা 😀..... এইখনৰ কাৰণে আজি মাৰ খাব লগীয়া । জিহক দে .পালোঁ এইখন । বৈ বৈ .. ।সেইখন ৱাল পালোহি পাৰ হ...
হোষ্টেল ত সোমাই গোটেইকেইটা ইটোৱে হিটোৰ মুখলে চাই হাঁহি লো ....৮ তা বাজিছিল । ভাত দিলে। খাবলৈ গলু।
মনটো বৰ ভাল লাগি আছিল ... কিমান দিনৰ মূৰত তাইক ফোন কৰিম। সঁচাকৈয়ে তাইক কবলৈ বহুত কথাই আছে ..কিন্তু।এইবাৰ আগৰ দৰে হিমান নাৰ্ভাচ হৈ থকা নাছিলোঁ ।ভাবিলো সকলো খিনি বুজাই কম। প্রাই ৰাতি ৯.৩০ বাজিচিল। ফোন টো লৈ তাইৰ নম্বৰ টো ডায়েল কৰিলো
( এটা অসমীয়া গান বাজি উঠিল.).......
ৰীয়া: হেল্লো ! কোন বাৰু
মই : হেল্লো .....মই ৰিয়ান , তোমাৰ অল্ড স্কুল ফ্ৰেণ্ড । চিনি পাইচা।
ৰীয়া: অ তুমি , কোৱা আজি কি কাৰণে কল কৰিলা?
মই : নহই..মানে সেইদিনা মই তোমাৰ কথা তেনেকৈ কেতিয়াও কব নালাগিছিল ,তাৰ কাৰণে প্লিজ ক্ষমা কৰি দিবা(তাৰ পাছত কিয় কৈ পাই ছিলো সকলো খিনি বুজাই কলো)
ৰীয়া: ঠিক আছে । হব একো নাই
মই(অলপ ৰখী লৈ): সেইদিনা মই তোমাক ভাল পাওঁ বুলি কব বিচাৰিছিলো ।যিটো আজিও মই কব বিচাৰো.....
ৰীয়া: প্লীজ ৰিয়াণ...still I HATE YOU ...এতিয়াও মই তোমাক বেয়া পাওঁ তোমাৰ হৈতে ভাল পোৱাৰ কথা কবলৈ.... তোমাৰ কথা শুনি মই তোমাক ক্ষমা কৰিচো কিন্তু আমাৰ মাজত সম্পৰ্ক গঢ়ি উঠা টো কেতিয়াও সম্ভৱ নহয়।
মই: কিন্তু মই .....
ৰীয়া: আৰু ,তোমাৰ মোৰ হৈ তে সন্দেহ আছে যদি কৈ দিছো শুনা ..... মোৰ এতিয়া এটা বয়ফ্রেণ্ড সঁচাই আছে। হেই য়ে বেলেগ একো নাভাবিবা......I'm SorrY...
মই😔: মমম্ ...... ঠিক আছে।
ৰীয়া: Bye এতিয়া......
(ফোন কটাৰ শব্দ.......
(কাষত ৰাজ আৰু ৰবি এ সকলো খিনি শুনি আছিল
২টাই মোৰ ওচৰলৈ আহি)
ৰবি : একো নাই ৰিয়ান, দুখ নকৰি বি য়াৰ....এজনী হে গৈছে .....আৰু আছেই আহিব।
মই: এইটো তোৰ হাতত কাগজেৰে মুটোকাই কি থৈ দিছ?
ৰবি : ৰাজ কৈ দে চুণ কি হয়।
ৰাজ : singnatur চিনি পাৱ নহয়। মাল মাল।ই হাৰামিয়ে উঠনী আমি ৰিচাৰ্ছ কাৰ্ড লওতে । ই কিনি ললে মনে মনে আৰু বেগ ত ভৰাই থলে.....গম পাইচ ই এই বস্তুটো মানুহৰ দুখ সুখ সকলোতে কামত আহে।😊
মই: মই ৰিয়েলী আজি এইটো খাম।
ৰবি : বন্ধু ,মই জানো থ কোন সময়ত কি দৰকাৰ।
মই: গম পাই চো। আৰু তেনেকৈ এ সকলো সময়তে তহঁতকো লাগে
ৰাজ:আমি আছোঁ বে তোৰ লগত সদাই।
ৰবি: আৰু জান এ লৰকি বাছ অৰ ট্ৰেইন এক জাতি হে তহ দুচৰা নিকলটি হে...ঈশ্লিয়ে bro ..just chill
(ৰাজ এ পেগ বাকী ৰেডি কৰিলে....
সকলোৱে: Cheers.....
গোটেইকেইটা ৰ নিচা ধৰিবলৈ আৰম্ভ হৈছে.......
মই: আমি লৰাবোৰে সঁচাই অলপ বেছি ভাবি লও অ। নেভাবোৱেই যে ছোৱালী বোৰৰ মনত কি চলি থাকে ।আমি বহুত আগত থাকো । আমি বহুত সপোন দে খো এজনী ছোৱালী আমাৰ ভাল লাগি লে ।কিন্তু তেওঁলোকৰ মনত একোৱেই ফিল এ নহয় ।ভুল টো আমাৰে। মানে এইবাৰ মোৰ হৈ গল।
ৰবি: কথাটো হই কিন্তু। বাদ দে য়াৰ ..... ফাৰ্ষ্ট টাইম সকলোৰে ভুল হৈ এ।মুকে চা ....মোৰ কোন আছে।মই কাকো ভাল নাপাওঁ। কিন্তু চা মোৰ ফোন বাজি আছে।এইবোৰ সব এনেই ।সেইকাৰণে মই কাকো ভাল নাপাওঁ। পোৱাই নাই কাবাক ভাল পাবলৈ।
মই: উম ....তোৰে ভাল ৰে। বিন্দাজ টয় ।তোৰ নিচিনাই থাকিব লাগে সবে।
(ৰবি ফোন টো বজিবলৈ ধৰিলে)
ৰবি : হেল্লোঁ । নিহা আজি কথা নাপাটো ৰিয়ান ৰ মন বেয়া । কালি পাতিম প্লিজ বেয়া নাপা বি।
(ফোন কটাৰ শব্দ......
ৰবি : গুদ ৰাজ তোৰ নিচিনা বন্ধু পাই বহুত সুখী মই.. কে**.
ৰাজ : ধন্যবাদ কে** আতৈ।
ৰবি: আব্দুল কালামে কি কৈছিল জান? Women is an Art but I am a Science student.
মই : আব্দুল কালামে কৈছিল নেকি?🤔
ৰবি: আৰে কিয় নকব। তই নাজন ই ।
ৰাজ: বল বাহিৰত যাওঁ।
সকলোৱে: বৈ বৈ।
(বাহিৰত গৈ গোটেই কেইটাই চিঞৰি)
: Women is an Art but we are Science students
(হথাৎ বাহিৰৰ পৰা মাত এটা আহিল) :ঐ কোন তহতি, কোনে ইমান হাল্লা কৰি ছ.. ৰাতিখন....ৰহ্ তহতক।
ৰবি: অই পলা, আপেল আপেল কে** , ভিতৰলৈ বৈ লাইট অফ কৰ..... শুই জা। কালি মই আকৌ উৰিলো আৰু।
ৰাজ আৰু মই (:🤣🤣🤣): বৈ বৈ কে** , দুটা বাজীলে কে** আহিলে টোপনিত লাল কাল দেখা বি.........
০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০
(বৰ্তমান)
মোৰ কাহিনীৰ expiry date ইমানৰলৈকে আচিল বন্ধুসকল। গতিকে আপোনাৰ প্ৰথম টো ভাল পোৱা কেনেকুৱা আছিল নিশ্চ য় জনাব । মই ভবা ৮ তা আখৰ মই নাপালোঁ । কিন্তু তাই মোক কৈ থৈ গৈছিল এই ৮ তা আখৰ
I HATE YOU........
১ ২৩৪৫ ৬৭ ৮
Your first love is just to learn a Lesson
But You know its cute....💕😊
Thank You..
~Hrithik Borsaikia
Comments