এটা ৰোমাণ্টিক গান শুনিবলৈ মই earphone ডাল টেবুল অৰ পৰা লৈ কাণত লগাই ললোঁ..............
মনৰ ভিতৰতে নতুন কে মুক্তি পোৱা Trevor Deniel আৰু Selena Gomez ৰ Past life গানটো মোবাইল টোত লগাই মনতে গুণ গুণা ই.........
🎶🎶🎵I'm trying to be honest with my happiness
Don't know why I'm bad at this,
And I don't want to sit all in my sadness
I know it's a habit of mine
Perfect, perfect timing
I start but I don't know how to end
Don't re, don't remind me
I ruined it before it began......................
গানটো শুনি ভাল লগা হৈছে। শুনি থাকোতে এসময়ত হোৱা কিছুমান অনুভূতি মনত পৰা যেন লাগে । বেছিকৈ ভাল লাগে হেই শেষৰ তিনিটা লাইন । অসমীয়াত বুজাবলৈ গলে......কিছুমান সম্পৰ্ক আমি আৰম্ভ কৰোঁ কিন্তু কেনেকৈ শেষ হৈ যায় কব নোৱাৰোঁ আৰু এইবোৰৰ স্মৃতিত থকা ,দুখ বেদনাবোৰ কেতিয়াবাবা মনলৈ আহিব আৰম্ভ কৰে কিন্তু ইয়াৰ স্মৃতিবোৰ শেষ কৰি পেলাব নাজানো ।কেনেদৰে মই সৃষ্টি হোৱাৰ আগতেই সকলো ধ্বংস কৰি পেলাওঁ । এটা ৰোমাণ্টিক গান বজাই বজাই লিখি অলপ ভাল লাগে, মনৰ ভিতৰৰ পৰা এক বিশেষ জুৰ পোৱা যেন অনুভৱ হয় ।।।।আপোনালোকে ও ট্ৰাই কৰিব পাৰে মোৰ কাহিনী টি পঢ়া ৰ সময়ত।😉
সকলোৱে নিশ্চয় কাহিনী পঢ়ি ভাল পাই যত থাকে অলপ ৰোমান্টিক কল্পনা ,কব গলে যত সোমাই থাকে ভাল পোৱাৰ কিছুমান বেদনা, লাজ, বা অভিমান অৰ টোপোলা। নহইনে? সকলোৰে ভাল পোৱাৰ কাহিনী থাকে আৰু আপোনাৰ এই কাহিনীৰ হিৰো আপুনি এ । কাহিনী ত হইটো কেতিয়াবা আপোনাৰ ভুল হৈ যাব পাৰে বা কেতিয়াবা আপোনাৰ বিপৰীত জনে ভুল কৰিব পাৰে । কেতিয়াবা আপুনি কোনোবাই দিয়া মৰম বুজি পাবলে সক্ষম নহবও পাৰে । কিন্তু উপলব্ধি কৰাৰ সমই আহিবলৈ বেছি সময় নালাগে । অনুতাপ কৰাত কৈ আপোনাৰ উপলব্ধি এ মই ভাবো বহু খিনি সঠিক হব । কাৰণ জীৱন আৰু সময় কাৰো কাৰণে ৰখি নথাকে । হয়টো সকলো এ এদিন নিজৰ পথ বাছি লয় ।
আৰু বেছি জ্ঞান নিদিওঁ 😆 । বেছি কলে আমনি এ লগিব দিয়কচোন 😀। মই ভাবো এই কাহিনী টো মোৰ কাৰণে অতি উত্তম জনক নহয় কিন্তু আছিল মোৰ জীৱনৰ এটা সৰ্বোত্তম অংশ। জীৱনৰ পাৰ কৰি অহা কিছুমান বিশেষ সময় আছে যিবোৰে কেতিয়াবা হঠাৎ মনত আহি ভাল লগাই পেলাই। মই জানো সেই মূহুৰ্ত আৰু কেতিয়াও ঘূৰাই নাপাওঁ বা ঘূৰাই আনিব নিবিচাৰোঁ। সকলো ত্যাগ কৰোঁ সেই সময়ৰ জীৱনৰ লগত সম্পৰ্ক থকা সকলো স্মৃতি ।, পাহৰিবলৈ চেষ্টা কৰোঁ । মই বেয়া পাওঁ সেই বিলাক অতীতৰ কথা ভাবি, অথচ কেতিয়াবা সেই অতীতৰে কিছুমান ছবি এ মনত আহি সঁচাই মুখত এটা হাঁহি বিৰিঙাই দিয়ে । এই হাঁহিৰ কাৰণ হব পাৰে সেই সময়ৰ লগত সেই মূহুৰ্ত খিনি অতি নিখুঁতভাবে খাপ খাই পৰিছিল । কিন্তু আজি ........
সেই সময়ত কেতিয়াও ভৱা নাছিলোঁ যে কাৰোবাৰ লগত এটা ইমান কঠোৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে। মনত কোনো চোৱালিৰ ছ তুও নাই। আমাৰ স্কুল খন আছিল এখন আৱাসিক বিদ্যালয়।
মানে আমি সকলো আছিলোঁ এটা চৌহদ অত। যত আছিল এখন বিদ্যালয় তাৰ সন্মুখত আছিল এখন ফুটবল খেল পথাৰ। বিদ্যালয়খনৰ পাচফালে আছিল এখন খো খো গ্ৰাউণ্ড আৰু সেই খো খো গ্ৰাউণ্ড অৰ দুই পাৰে আছিল ছোৱালী আৰু লৰাৰ আৱাসগৃহ।দুয়োপাৰে দুটা ৰাস্তা ,স্কুলৰ পৰা দুশ মিটাৰ কৈ দূৰত্ব ,এফালে ছোৱালী বোৰ নিজৰ হোষ্টেল লৈ আহে আৰু আনফালে লৰাবোৰ নিজৰ হোষ্টেল লৈ আহে।
সেইটো সময়ত কিয় নাজানো আছিলোঁ বহুত কঠোৰ (सख्त) ৰকমৰ । চোৱালীক লৈ একো ধান্দাই নাছিল। ভাবিছিলো কেৱল এইটোৱেই যে ছোৱালীৰ এটা বেলেগ শাৰী আৰু লৰাৰ এটা বেলেগ শাৰী।কিন্তু মোৰ লগৰ কেইটা আছিল অলপ ছোৱালীৰ হৈতে খাপ খাই যোৱা প্ৰকাৰৰ। এটা আছিল ৰবি আৰু এটা ৰাজ । আৰু এই দুটাই আছিল মোৰ লগত সকলো সময়ত ।মানে Senior বিলাক অৰ পৰা মাৰ খোৱা সময়ৰ পৰা স্কুলত Suspand (temporarily ) খোৱাৰ সময়ৰ লৈকে। গম পায় চাগে এখন আৱাসিক বিদ্যালয়ত কি কি হয় ।ৰেগিং এটা সাধাৰণ কথা আছিল । গতিকে নিশ্চয় বুজি ছে তিনি বন্ধুৰ বন্ধুত্ব কিমান সবল হয় 😊।
(লাহে লাহে heart টো ধ কিয়াই। All is well ,all is well......কেতিয়াও কোনো চোৱালী লগত এনেদৰে আগত কথা পতা নাছিলোঁ । সঁচাই আজি হাত খন কপি উঠিছে ,নাজানো কিয়? মন টো ডাঠ কৰি ফোন টো লগাই দিলোঁ, এটা অসমীয়া গান বাজি উঠিল।)
ৰীয়া: hello ,
মই : কি কৰিছা?(গম পাও এ কি কৰি আছে,আকৌ হেইটোৱে হুদি পাইছোঁ কে**। মনতে ভাবিলো)
ৰীয়া: বোক এখন পঢ়ি আছিলোঁ ,কিবা কম কৈছিলা। কোৱা আকৌ।
মই (এনাৰ্জী গোটাই লৈ) : হে ....হে হেৰী।
ৰীয়া: কি হেৰী ,কোৱা।
মই ( এ কে** 1,2,3 go,দীঘল কে ঊষা এটা লৈ): ম......ম ই তোমাক ........মানে ,সেইদিনা যে তুমা ক আমি লগৰ কেইটাই তোমাৰ কথা কি পাতিছিলো সেইটতুৱে মমমম...... তুমি বহুত চেনী বোলে ....ক্লাছ 7 অত দীপক দা, 8 অত মনোজ 9 অত স্কুলৰ বাহিৰৰ এটা লৰা পটাইছিলা নেকি! (আহ কে* কি কৈ আছোঁ মনতে ভাবিলো )
(অলপ সময় মৌনতা ৰ পাছত)
ৰীয়া: চাল্লা গাধ সব ... চিংগল এ থাকিবি তই। হৰামি
সব তহতি ছবেই এইবোৰ কথাই পাতিবি , ফোন থ
মই : ৰি .....মই সেইটো অৰ্থ কৈ .........
(ফোন কটাৰ শব্দ.........)
দিনটো তেনেদৰেই পাৰ হল ,মনটো বে লাগি থাকিল
কিন্তু তথাপিও তাইক বাৰে বাৰে বুজাবলৈ ট্ৰাই কৰিলো । কিন্তু তাই ফোন নুঠালে।
.... স্কুল খোলাৰ সময় আহি পৰিল।সকলোৱে স্কুল আহিল। বহুদিনৰ মূৰত সকলোকে লগ পালে। মনটো আকৌ ভাল লাগিল। ৰাজ আৰু ৰৱিক লগ পালো ।....
(স্কুলত)...
ৰবি : অই তোৰ আৰু ৰীয়া ৰ কেছ টো কি হল ।
ৰাজ: অৱ তাইকো দেখা নাই স্কুলত । কিবা হল নেকি নাই অহা যে ।
আজিৰ কাহিনী ইমানতে সামৰিলো । অন্য এদিন আকৌ লিখিম হেই ৮ তা আখৰ মই কৰ পৰা লাভ কৰিলো।.......কেনেকুৱা লাগিল কমেন্ত অত কিন্তু জনাব দেই । আপোনাৰ ১ তা Comment mur babe ১০০০ ta সঁহাৰি ৰ সমান।
Comments