Skip to main content

Brothers (ককাই- ভাই) : এটা বাস্তৱীয় বুনিয়াদৰ কাহিনীৰে(Part 1)

BROTHERS (ককাই-ভাই)
[A reality based story]

Part-1

আপুনালোকে  অক্ষয় কুমাৰ ৰ BROTHERS movie খন নিশ্চয় চাইছে ! সেই ফিল্ম খনত দুজন ককাই ভাইৰ মাজৰ সম্পৰ্ক ৰ আঁৰত কি কি ঘটিছিল অৱশ্যেই দেখিবলৈ পাইছিল। আজি কোনো love storY ৰ কথা নকও ।মানুহক লৈ কৰা গৱেষণা ৰ আধাৰত কেইটামান ঘটনা মই বাছি উলিয়াইছো , 😀।
.     আমাৰ জীৱনত বহুতো বন্ধু লগ পাও আৰু সেই বন্ধুত্ব ৰ সময় একেবাৰে সিমিত । এদিন সেই একেলগে শ্ৰেণীকোঠাত লগপোৱা বন্ধু সকল আজি কিন্তু নাই। সময়ত সকলোৱে নিজৰ  কৰ্মত ব্যস্ত হৈ পৰে , নিজৰ জীৱন স্থাপনক লৈ তেওঁলোকে নিজৰ পথত সঞ্চালন হৈ পৰে । কিন্তু এই ব্যস্ততাৰ মাজতো কেইজন মান ব্যতিক্ৰমী বন্ধু নিশ্চয় থাকে যি কেইজনে আপোনাক , কেতিয়াবা ফোন কৰি ২মিনিত সময় ভাল বেয়াৰ কথা সোঁধে বা আপোনাৰ লগত তেওঁলোকৰ সৈতে কথা বতৰা হৈ থাকে কিন্তু তথাপিও আপোনাৰ লগত সকলো সময়তে থিয় দিবলৈ তেওঁলোক আহিব নুৱাৰিবও পাৰে বা মই নিজেও তেওঁলোকক সকলো সময়তে সহায়ৰ হাত আগ বহাব যাব নোৱাৰিবও পাৰো। আমি জানো যে সকলোৰে নিজৰ কৰ্ম আছে আৰু সকলো নিজৰ কৰ্মব্যস্ততা ৰ লগৰী। ইয়াত  মই বন্ধু আৰু ভাই- ককাই ৰ  মাজত তুলনা কৰিব নাই বিচৰা । মোক ভুল নুবুজিব😊🙏। বন্ধুৰ পথ বেলেগ আৰু  ককাই -ভাইৰ ও থাকে এটা বেলেগ পথ । সময়ত কেতিয়াবা আপোনাৰ বন্ধুৰ প্ৰয়োজন হব আৰু কিছু সময়ত আপোনাৰ ভাইটী বা ককাইদেউৰ। কিন্তু কব বিচাৰিচো সকলোত কৈ কাষত কোন , সকলোতকে নিজৰ কোন। তেওঁ হব পাৰে আপোনাৰ ভাইতী বা ককাইদেউ। কিছুমানৰ নাথাকে একো নাই  বন্ধুৰ  সহায় লব ।
                   হব পাৰে কেতিয়াবা আপোনাৰ ভাই বা  ককাইদেউৰ লগত সম্পৰ্ক ভাল  নহবও পাৰে বা  থাকিব পাৰে কোনোবা অন্য লোক আপোনাৰ বাবে বেছি বিশ্বাসী ।কিন্তু যদি আপুনি নিজৰ ককাই বা ভাই ৰ সম্বন্ধ টো বান্ধি শক্তিশালী কৰি ৰাখিব পাৰে তেনে স্থলত মই ভাবো এই শক্তি এ হব সৰ্বতোঁকৈ উপভোগ্য আৰু অনুপম।এটা পৰিয়ালৰ মাজত থকা সম্পৰ্ক বা এজন ককাইক ভাইকৰ মাজৰ সম্পৰ্ক কেনেকুৱা নিশ্চয় আমি গাঁৱ এখনত বাস কৰিলে দেখিবলৈ পাওঁ ।তাৰ আধাৰতেই  কেইতামান কাহিনী মোৰ মনলৈ আহিছে , ভাবিছো সকলোকে কও  ।এই  কাহিনী কেইটাৰ দৃশ্য  দেখিবলৈ পাইছিলো কেইজনমান ককাইক - ভায়েকৰ মাজত ।

কাহিনী -১
ৰিকি আৰু বিকি দুটা যঁজা ককাই ভাই ।ৰিকি বিকিত কৈ মাত্ৰ 6 মিনিট সৰু। দুয়োটা আছিল মোৰ লগতে  আৱাসিক বিদ্যালয়ত মানে এটা কেম্পাচ ৰ ভিতৰত ।ৰিকি বৰ নম্ৰ আৰু ঠাণ্ডা লৰা ।অনবৰতে পঢ়ি থকা লৰা মানে সি পঢ়াত ভাল ।বিকি ও পঢ়াই শুনাই ঠিকেই  কিন্তু অলপ উৎপাত কৰি ফুৰা লৰা আৰু আমি জানো যে ককায়েক টো সদাই ককাইকৰ দৰেই ন😊।  দুয়োটাক যদি একেই ড্ৰেছ পিন্ধাই দিয়ে কোনেও গমেই নাপাইছিল কোনটো  ৰিকি আৰু কোনটো বিকি । কেতিয়াবা ভুল কৰে বিকিয়ে আৰু চাৰৰ গালি  খাই  ৰিকি এ। কেতিয়াবা হোষ্টেলৰ ভাত  দিয়া ৰান্ধনী জনিয়ে কৈছিল ...অই তই এতিয়া ভাত খাই গৈছিলি হে আকৌ আহিলি যে😨.... গতিকে এনেকুৱা উল্টা ফুলটা হৈ এ থাকে দুয়োটাৰে মাজত।
            😊 এইবোৰেই কিছুমান কমেডি হৈ থাকে  সিহঁতৰ মাজত।  এদিন ৰিকি এ কৈছে  ....বোলে দাদা  তোৰ কাৰণে সদায় মই গালি খাও চাৰ হঁতৰ পৰা ।কেতিয়াবা কিছুমানে তই বুলি ভাবি  গালি পাৰি থৈ যায়।
তেতিয়া বিকি এ কলে...বোলে এদিন মোৰো সময় আহিব । তই চাই থাক।
        সেইদিনা আছিল দেওবাৰ  ৰিকি এ নিজৰ টেবুল ত লিখি আছিল। আমাৰ লগতে পঢ়া দিগন্ত বুলি এটা আছিল । সবকে মাথা খাই থাকে । মানে আমনি , দিষ্টাৰ্ব কৰি থাকে ।   সি আহিলে ৰিকিৰ টেবুলৰ ওচৰত আৰু  ৰিকি এ লিখি থকা বহি খনত সি দিলে নহয়  পানী ঢালি । ৰিকিৰ বহুত খং উঠিল আৰু দিগন্ত ক এক চৰ  হোধাই দিলে ।কিন্তু ৰিকি আছিল  কাজিয়া পেচাল নকৰা লৰা । তেতিয়া ৰিকিক দিগন্তই বৰ বেয়াকৈ মাৰিলে ৰিকিৰ নাকৰ ফালে তেজ ,মুখত ও তেজ । আমি সকলোৱে সেই সময়তে পাই কাজিয়া ৰখালো ।কিন্তু কথাটো অলপ দেৰি পাছত গম পালে বিকি এ , তাৰ ভায়েকৰ অৱস্থা দেখি খং উঠি  তাৰ  চুলিৰ আগ পালেগৈ। বিকিয়ে দিগন্ত থকা হোষ্টেল গল ।তাতে দিগন্ত ক দেখি ......
বিকি😠 : ঐ তই মোৰ  ভাইটিক মাৰি ভুল কৰিলি।
দিগন্ত    : কি কৰিবি  ৰে তই । ভাইয়েৰৰ নিচিনা ,, তই ও মাৰ খাব আহিলি নেকি ?..😀😀 
              বিকিয়ে একো নাচাই দৌৰ মাৰি আহি দিগন্ত ৰ মুখত  ঘূৰণীয়া  গুৰ এটা হোধালে ।দিগন্ত গৈ তাৰ বিছনাত পৰিলগৈ । দিগন্ত উঠি আহি বিকিক মাৰিব খুজুতেই বিকিয়ে দুই নম্বৰ গুৰ টো দিগন্তৰ পেটত  হুধাই দিলে। দিগন্ত আৰু উঠিব নোৱাৰিলে ।    আমি সেই ঠাই গৈ  পাওঁগে মানে ,দিগন্ত গৈ হস্পিটেল পালেগৈ। তাত কেজনমান শিক্ষক Principal  চাৰ ৰ সৈতে থিয় হৈ বিকিক গালি পাৰি আছিল।ওচৰতে ৰিকিও আছিল।
                  গম পালো বিকিক দুই মাহৰ কাৰণে স্থগিত (suspended) কৰা হল। হোষ্টেল কেম্পাচ ৰ পৰা ঘৰলৈ পঠাই দিয়া হল ।
                 যোৱাৰ সময়ত বিকি এ ৰীকিক কৈ থৈ গল :  ভাইটি  আজি মোৰ পাল আছিল। তই ভাল কে পহ আৰু দুমাহৰ পিছত মই যেতিয়া আহিম মোক সকলো বিষয়ৰ notes বোৰ দিবি। তেতিয়া ৰিকিয়ে হাঁহি কলে : ঠিক আছে ..জা দাদা জল্দি আহিবি মই ৰখি আছো আৰু মই এই ঘটনা টো সদায় মনত থম  .... । Bye..😊

কাহিনী-২

      Ahi ase

.....................@riturajsaikia97

Comments

Popular posts from this blog

মৰহা ফুল পাহ

  পৃথিৱীৰ বিশাল বাগিচা খনত তাই , আজি যেন এপাহ মৰহা খৰিকাজাই । কোন হব তাইৰ সেই মনৰ বৰষুণ , যিয়ে আকৌ তাইৰ পৰশ তুলিব ভিজাই । শুকান পাত সৰি যেতিয়া হব সেউজীয়া, লহঁ - পহকৈ তাই জিপাল হৈ উঠিব। কবনে এই নতুন বৰষুণ জাকক, তোমাৰ অবিহনে মই নোৱাৰোঁ থাকিব । কবনে তাইৰ সকলো দুখ পাহৰি ? আঁকোৱালি লবনে তোমাক ,দুয়ো হাত ধৰি, তাই কবনে? মোৰ হৃদয় নাভাগিবা আকৌ, নহও মৰহা ফুল মই, হব বিচাৰোঁ তোমাৰ  অনাদি লগৰী  ।। ...........     ~Hrithik Borsaikia.........

কভিড ১৯ আৰু মই........ (১)

‌  আগষ্ট মাহৰ ১৩ তাৰিখ , চৰকাৰে কৈছে স্কুল কলেজ খুলিব ছেপটেম্বৰ পৰা । আৰু কিছুমানে দাবী কৰিছে  খুলিব নলাগে । আমনি টো লগিছেগৈ ,  এটা পিঞ্জৰাত সোমাই থকা দৰে আমাৰ দশা । কেতিয়াবা এনে লাগে যেন   ,হেই ডাক্তৰ জনে কৈছিল যে কৰণা  চৰণা এনেই এইবোৰ  চৰকাৰ পলিতিকচ  বোলে , কিন্তু কেতিয়াবা ফেচবুকত  বৰ দুখ লগা কিছুমান  ভিডিও বোৰ দেখি  ডাক্তৰ জন মূৰ্খ নিচিনাই লাগে । গতিকে আমি নিজেই সাৱধানতা মানি চলা টো অতি দৰকাৰ ।।বেমাৰ কৰপৰা আহি কত পালেহি ।।      যি কি নহওঁক বেমাৰ টো কমাৰ সম্ভাৱনা আছে যদিও  সোনকালে যে শেষ হব  , আগৰ নিচিনা নৰ্মেল দিনবোৰ আহিব , তাৰ  আশা কম যেন লাগে । ২০২০ হচাকে এটা অশান্তিৰ সময়।  প্ৰথমে কা" ৰ কাৰণে  আৰু এতিয়া কৰনা , তথাপিও কা" আমি এতিয়াও নামানো আৰু কেতিয়াও মানি নলও 🤬 ।          বাৰু যি কি নহওঁক এই লকাডাউন ৰ সময়ত মোৰ নিচিনা ২২ বছৰীয়া  লৰা বোৰে কি কৰি আছা কব চুণ comment  ot ।। বহুত বেয়া দিন আহিল , ঘৰত দেউতা মাই এ চাই চাই উ আমনি...

কথাটি কেনেকৈ কওঁ?

 কথাটি কেনেকৈ কওঁ? কথাবোৰ পাতি যেতিয়া ভাল লগা হয়। অন্য কামত যেতিয়া মন নবহা হয় , নিয়ন্ত্ৰনহীন মনতোৱে তেতিয়া কথা নুশুনা হয়, কথাটি বাৰু কেনেকৈ বুজাও মই ? এইয়াই যে ভালপোৱা হয় । পৰিপক্কতাক হেমাহি কৰি, যেতিয়া মই বিভ্ৰান্তিত ডুব যাও, তাইৰ হতে পাৰ কৰা সময়ৰ সোঁতত  যেতিয়া মই নিজকে হেৰুৱাও, এইয়াই যে ভালপোৱা কেনেকৈ বুজাও ?  তথাপি কিবা এটা ভুল হোৱাৰ উমান পাই, কথাতি কবলে কিয় মই থমকি ৰৈ যাওঁ ?     ~Hrithik Borsaikia