তেতিয়া
আইতাক মই ধুনীয়াকৈ সকলো খিনি কলোঁ ।
পিছে আইতাই নো কত শুনিব,
কলে যে বোলে মৰিবলে আৰু বেছি দিন নাই । ভগৱানে যেনে কে নিয়ে নিব আৰু আইতা । মই কলো আইতা আপোনাৰ হলে যে আপুনি ঘূৰি ফুৰিলে সবকে বিলাই ফুৰিব ।
আইতা : হেই k*la মোৰ একো নহয়। তই ও পুথি মাছৰ জিও লৈ আছ।
🤣 আইতাক কোনে বুজাব পাৰিব comment ot জনাব চুন।
এতিয়া মেইন কথা লৈ আহো , কৰনাই সঁচাই অসমত বৰ বেয়া ৰূপ লৈছে । কিন্তু মানুহৰ মনত যিমান টো সাৱধানতা থাকিব লাগিছিল হিমান দেখা নাই । সেইকাৰণে অসমত দিনক দিন বাহি থাকিব ধৰিছে । আমি কেতিয়াও গম নাপাওঁ যে এই বেমাৰ যদি নিজৰ হয় আপুনি কিমান ভুগিব লাগে , বেমাৰত টো ভুগিবই লগতে সমাজত আপোনাৰ অৱস্থা কনেকুৱা হব সেইটো সকলোৱে জানে , গতিকে সেয়ে সাৱধানতা মনা টো অতি দৰকাৰ , বেমাৰ ভাল হব কিন্তু সেই সময় চোৱাত , হোৱাৰ পাছত আপোনাৰ পৰিয়ালৰ লোকে সমাজৰ লগত একে গতিত চলিব নোৱাৰিব , আপুনি যিমানে ডাঙৰ বা ধনী নহওঁক এই বেমাৰত সকলো সমান ।।।মানে ইয়াত লেভেল সবৰে সমান । গতিকে অলপ ভাবি মেলি নীয়মানুবৰ্তিতা মানি সে ঘৰৰ পৰা ওলাই যাওক ।
সেইদিনা এটা ভিদিও চাইছিলো ফেচবুক অত , আপোনালোকে ও দেখিব পাৰে ।।।
, মানুহৰ মানৱতা হেৰাই যোৱা দেখা পাইছিল ও তাত
কেনেকৈ মানুহ ইমান দয়াহিন আৰু হৃদৈহিন হব পাৰে, এজন লৰা তাৰ দেউতাক কৰুনা ত আক্ৰান্ত , আৰু লৰা জনে কবলে বাধ্য হৈছে যে তাৰ দেউতাকৰ কাষত কৰুনা ৰোগী দুজন দুদিনৰ পৰা মিত্যু হৈ তাতেই পৰি আছে , সেই ডেড বদী উঠাবলৈ তাত কোনো নাই, কোনো ডাক্তৰ ও নাহে তেওঁলোকক চাবলে , লৰাজনে কৈছে তাৰ দেউতাকৰ ওচৰতে বোলে আৰু এজন ৰোগী আছে , তেখেতৰ অক্সিজেন ও লৰাজনেই exchange কৰি দিছে। গতিকে দেশৰ অৱস্থা এইতু হৈছেগৈ আৰু আপোনালোকে ভয় নকৰে , গতিকে অলপ ভই কৰিব হিকক আৰু নিজক আৰোগ্য কৰি ৰাখক
নমস্কাৰ।।।।
Comments