Skip to main content

এটা ওৰ পৰা কাহিনী (তাই কোৱা হেই ৮ টা আখৰ)। ২০২০(খণ্ড ১ আৰু ২))

    


Part(1)

           ...........ৰোমৰ  খিৰিকীৰে জুমি চাই দেখিলোঁ আকাশখন কলা দাৱৰে আৱৰি ধৰিছে। শিতলিয়া ঠাণ্ডা বতাহ  অকন সোমাই আহিছে  , বৰষুণ  আহিব যেন লাগিছে । সঁচাকৈ এইবাৰ যোৱাবাৰত কে বৰষুণ বহুত বেছি । এই দুপৰীয়া ভাগত ও,গধুলিৰ  দৰে দৃশ্য এটা চকুত পৰিছে, চিপ চিপিয়া বৰষুণ আৰম্ভ হল। এনে লাগিছে যেন বতৰ টো  এ এটা প্ৰেমৰ অনুভূতি লৈ আনিছে।

এটা ৰোমাণ্টিক গান শুনিবলৈ মই earphone  ডাল টেবুল অৰ পৰা লৈ কাণত লগাই ললোঁ..............
        মনৰ ভিতৰতে নতুন কে মুক্তি পোৱা Trevor Deniel  আৰু Selena Gomez ৰ  Past life গানটো  মোবাইল টোত লগাই  মনতে গুণ গুণা ই.........

  🎶🎶🎵I'm trying to be honest with my happiness
Don't know why I'm bad at this, 
And I don't want to sit all in my sadness
I know it's a habit of mine
Perfect, perfect timing
I start but I don't know how to end
Don't re, don't remind me
I ruined it before it began......................   
             গানটো শুনি  ভাল লগা হৈছে। শুনি থাকোতে এসময়ত হোৱা কিছুমান  অনুভূতি মনত পৰা যেন লাগে । বেছিকৈ ভাল লাগে হেই  শেষৰ তিনিটা লাইন । অসমীয়াত বুজাবলৈ গলে......কিছুমান সম্পৰ্ক আমি  আৰম্ভ কৰোঁ কিন্তু কেনেকৈ শেষ হৈ যায় কব নোৱাৰোঁ আৰু এইবোৰৰ স্মৃতিত থকা ,দুখ বেদনাবোৰ  কেতিয়াবাবা মনলৈ আহিব আৰম্ভ কৰে কিন্তু ইয়াৰ স্মৃতিবোৰ শেষ কৰি পেলাব নাজানো ।কেনেদৰে মই সৃষ্টি হোৱাৰ আগতেই  সকলো ধ্বংস কৰি পেলাওঁ  । এটা ৰোমাণ্টিক গান বজাই  বজাই লিখি অলপ ভাল লাগে,  মনৰ ভিতৰৰ পৰা এক বিশেষ জুৰ পোৱা যেন অনুভৱ হয় ।।।।আপোনালোকে ও ট্ৰাই কৰিব পাৰে মোৰ কাহিনী টি পঢ়া ৰ সময়ত।😉
         সকলোৱে নিশ্চয়  কাহিনী পঢ়ি ভাল পাই যত থাকে  অলপ ৰোমান্টিক  কল্পনা  ,কব গলে যত সোমাই থাকে  ভাল পোৱাৰ কিছুমান  বেদনা, লাজ, বা অভিমান  অৰ টোপোলা। নহইনে? সকলোৰে ভাল পোৱাৰ  কাহিনী থাকে আৰু  আপোনাৰ এই কাহিনীৰ  হিৰো আপুনি এ । কাহিনী ত হইটো কেতিয়াবা আপোনাৰ ভুল হৈ যাব পাৰে বা কেতিয়াবা আপোনাৰ বিপৰীত জনে ভুল কৰিব পাৰে । কেতিয়াবা আপুনি কোনোবাই দিয়া মৰম বুজি পাবলে সক্ষম নহবও পাৰে । কিন্তু উপলব্ধি কৰাৰ সমই আহিবলৈ বেছি সময় নালাগে । অনুতাপ কৰাত কৈ  আপোনাৰ উপলব্ধি এ    মই ভাবো বহু খিনি সঠিক হব । কাৰণ   জীৱন   আৰু সময়  কাৰো কাৰণে ৰখি নথাকে । হয়টো সকলো এ এদিন নিজৰ পথ বাছি লয় ।
           আৰু বেছি জ্ঞান নিদিওঁ 😆 । বেছি কলে আমনি এ লগিব দিয়কচোন 😀।  মই ভাবো এই কাহিনী টো মোৰ কাৰণে অতি উত্তম জনক নহয় কিন্তু আছিল মোৰ জীৱনৰ এটা সৰ্বোত্তম অংশ। জীৱনৰ পাৰ কৰি অহা কিছুমান বিশেষ  সময় আছে যিবোৰে  কেতিয়াবা হঠাৎ  মনত আহি ভাল লগাই পেলাই। মই জানো সেই মূহুৰ্ত  আৰু কেতিয়াও ঘূৰাই নাপাওঁ বা ঘূৰাই আনিব নিবিচাৰোঁ। সকলো ত্যাগ কৰোঁ  সেই সময়ৰ   জীৱনৰ লগত সম্পৰ্ক থকা সকলো স্মৃতি ।,   পাহৰিবলৈ চেষ্টা কৰোঁ । মই বেয়া পাওঁ সেই বিলাক অতীতৰ কথা ভাবি,  অথচ কেতিয়াবা  সেই অতীতৰে কিছুমান ছবি এ  মনত আহি সঁচাই  মুখত এটা হাঁহি বিৰিঙাই দিয়ে । এই হাঁহিৰ  কাৰণ হব পাৰে  সেই সময়ৰ লগত সেই  মূহুৰ্ত খিনি অতি নিখুঁতভাবে খাপ খাই পৰিছিল । কিন্তু আজি ........
           
          আজি আপোনাৰ ও  কাৰোবাৰ কথা মনত পৰিল নেকি যাৰ লগত আপুনি বৰ্তমানৰ জীৱনত কে অলপ বেছি ফুৰ্তিত আছিল 😊। যাৰ বাবে আপোনাৰ জীৱন জোখত কৈ বেছি   অংশীদাৰ আছিল। কব নালাগে দিয়ক । মনত পৰিল  নে নাই সেইটো জনাব কিন্তু comment অত।

২০১৪
            মই ৰীয়ান । তেতিয়া এজন দশম শ্ৰেণীৰ ছাত্ৰ । পঢ়া  শুনা ত ঠিক থাক আছিলোঁ।  ক্লাছ  অলৈ গৈ থাকোঁতে ছোৱালী বোৰে ফুছ ফুচাই কই O.S   আহি গল  । আকৌ কিছুমানে কই আমাৰ ক্লাছ অৰ A.B আহি গল ।  হাঁ হা , এতিয়া ভাবিলে হাহিও উঠে আৰু ভাল ও লাগে।সঁচাই দিন কেইটা পাহৰিব নোৱাৰি। এতিয়া নিশ্বয় আপোনালোকে ধৰিব নোৱাৰিচে O.S  আৰু    A.B মানে কি? ।  কৈছোঁ সোনক  O.S মানে Over Smar (  মানে  অলপ বেছি) আৰু  A.B মানে Attitude boy . এনেদৰে কিয় মাতিছিল  পঢ়ি থাকিলে গম পাব।
       
           সেই সময়ত কেতিয়াও ভৱা নাছিলোঁ যে কাৰোবাৰ লগত এটা ইমান  কঠোৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে। মনত কোনো চোৱালিৰ ছ তুও নাই। আমাৰ স্কুল খন আছিল এখন আৱাসিক বিদ্যালয়।
মানে আমি সকলো আছিলোঁ  এটা চৌহদ অত।  যত আছিল এখন  বিদ্যালয় তাৰ সন্মুখত আছিল এখন ফুটবল  খেল পথাৰ। বিদ্যালয়খনৰ পাচফালে আছিল এখন খো খো গ্ৰাউণ্ড আৰু সেই খো খো গ্ৰাউণ্ড অৰ দুই পাৰে আছিল ছোৱালী আৰু লৰাৰ আৱাসগৃহ।দুয়োপাৰে দুটা ৰাস্তা ,স্কুলৰ পৰা দুশ মিটাৰ কৈ দূৰত্ব  ,এফালে ছোৱালী বোৰ নিজৰ হোষ্টেল লৈ আহে  আৰু আনফালে  লৰাবোৰ নিজৰ হোষ্টেল লৈ আহে।
       সেইটো সময়ত কিয় নাজানো   আছিলোঁ বহুত কঠোৰ  (सख्त) ৰকমৰ । চোৱালীক লৈ একো ধান্দাই নাছিল। ভাবিছিলো কেৱল এইটোৱেই যে ছোৱালীৰ এটা বেলেগ শাৰী আৰু লৰাৰ এটা বেলেগ শাৰী।কিন্তু মোৰ লগৰ কেইটা আছিল অলপ ছোৱালীৰ হৈতে খাপ খাই যোৱা প্ৰকাৰৰ। এটা আছিল ৰবি আৰু এটা ৰাজ । আৰু এই দুটাই আছিল মোৰ  লগত  সকলো সময়ত ।মানে Senior বিলাক অৰ পৰা মাৰ খোৱা সময়ৰ পৰা স্কুলত Suspand (temporarily ) খোৱাৰ সময়ৰ লৈকে।  গম পায় চাগে এখন আৱাসিক বিদ্যালয়ত কি কি হয় ।ৰেগিং এটা  সাধাৰণ কথা আছিল । গতিকে নিশ্চয়  বুজি ছে  তিনি বন্ধুৰ  বন্ধুত্ব কিমান সবল হয় 😊।
              এতিয়া আঁহো ছোৱালী বিলাকৰ কাৰণে মই কিয় O.S.  আৰু  A.B . ....
            সদাই এটা attitude     আৰু  গাম্ভীর্য ৰে  ভৰা চেহেৰা লৈ ক্লাছ লৈ ষ্ট্ৰেট কৈ চাই  সোমাই গৈছিলো ,কাষত থকা ছোৱালী বোৰলৈ     সিমান  চাবলৈ সময় নাই।  চোৱালীৰ লগত কথা  বতৰা বহুত কম । কোনোবাই হাঁহি দেখালেও কেৰাকে হলেও  নাচাইছিলো।  লগত গৈ থকা ৰাজ আৰু ৰবিৰ পৰা গম   পাইচিলো  আজি হেনো দুজনী মানে চাইছিলে ক্লাছ অত  আৰু  ফুচ্ ফুছাই আছিল । কি ফোছ ফুচাইছিল বোজিছেই চাগে 😀। মোৰ কিন্তু একো মতলব নাছিল । বছ ছোৱালীৰ  হৈতে একো সম্পৰ্ক ৰখা নাছিলোঁ। কিছুমানে মোৰ অংক বহি  খন খুজিছিল ।কিন্তু মই নিজে দিয়াগৈ নাছিলোঁ ।ৰাজ অক কৈ  দিয়া ই চিলো আৰু  সী  এ আকৌ লৈ  আনিছিল , নহলে গম পাই এ তাৰ নানিলে কী দশা হব । এইটোৱে আছিল মোৰ দশম শ্ৰেণীৰ লৈকে  এটা  গাম্ভীর্য ৰে ভৰা চিনাকি । কিন্তু  সঁচা কথা কবলৈ গলে কথাটো অলপ বেলেগ ধৰণৰ ।
                ৰাজে এদিন কৈ আছিল  অই  ৰীয়াণ  ইমান কাকো নামাত যে ক্লাছ ত , পাত্তা ভি নিদিওঁ কাকো,...... ৰীয়াই টোৰ কথা  সুদিছিলে  কিয় তই  এনেকুৱা বুলি ,মই তাইক  কলো তাকে সুধি নলোঁও কিয়?  জানো মই  তই মোক এতিয়া  সেই একেই ডায়লগ মাৰিবি যে   মায়ে তুক হোষ্টেল আহোঁতে চোৱালি পতাব মানা কৰিছে আৰু আল বাল.......  আৰু কি কি কৈছিল তোক  মায় এ চৈতান । মই একো নকলো  আৰু জোৰ জোৰ কে হাঁহি  মাৰি  বিছনা ত গৈ....
         নাজানো মোৰ  বহুত বেয়া ধৰণৰ লাজ এটা আছিল। হেই লাজ আৰু  লগত নাৰ্ভাছ হোৱা অৱস্থা লগ হৈ মোৰ  ছোৱালীক মাতিবলৈ সিমান সাহক হোৱা নাছিল। কথাটো মই হে গম পাই চিলোঁ , সকলোৱে টো গম নাপায় । ইয়াত কোনো attitude বা পাট্টা নিদিয়াৰ কথা নহয় ,. কিয়নো মই আছিলোঁ এ তেনেকুৱা , মানে বহুত টান লগিছিল চোৱালিবোৰৰ
লগত চিনাকি হব আৰু কথা পাতিব । এইবোৰ তো মই কাকো কৈ ফুৰিব ও নোৱাৰোঁ কাকো । এইটো এ আছিল সত্য । সেই এ মই ভাবো , মোক যেনেদৰে ভাবে  তেনেকুৱা নহয় চাগে 😊। বাৰু যি কি নহওঁক এই সকলোখিনি মানুহৰ পৰিবৰ্তন হবলৈ বেছি সমই  নালাগে কিন্তু মোৰ কেতিয়া হয় আকৌ!
       হোষ্টেল অৰ আগফালে বহি সদাই ৰাজে নিজৰ গাৰ্ল ফ্ৰেন দক  .......... স্কুল অৰ পৰা তাই হোষ্টেল যোৱা চাই থাকে । দূৰৰ পৰাও কিবা  মেচেজ আহে চাগে ।
মই ভাবো এইটো সঁচাই পাগল হল ,ক্লাছ ত ও  হাঁহি হাঁহি চাই থাকে , এছেম্বলি টো চাই থাকে। 
মই ৰবিক কলো যে ৰাজ পাগল হল নেকি,

ৰবি : হয় চাগে।

      তেতিয়া ৰাজে   আমাৰ কথা শুনি  ঘপক কে আহি মোৰ  পিঠিত হাত থৈ : তই কি জানিবি প্ৰেমহিন পথ্থৰ দিল  ইনসান , ভাল পালে হে বুজিবি  তাইক চাই কিমান ভাল লাগে। 

মই: হেই কে** চুপ থাক , দুকানলে মটৰ আনিব জাবি নাই , আজি ঘাতিয়া ৰঙালাউ জোল দিছে ।নে তাইক চাই চাই পেট ভৰিলে তোৰ।

ৰবি: অই মক্কেল, বৈ      ..তাই হোষ্টেল পালেগৈ।

ৰাজ : বৈ বৈ জাং , ৰঙালাউ  জোল ধেত , দেওবাৰৰ কেতিয়া আহিব  ৰে , কেতিয়া যে মাংস খাব পাম।

......এনেদৰেই দিনবোৰ পাৰ হৈ গৈ আছিল। শেষত  আমাৰ মেট্ৰিক পৰীক্ষা ৰ সময় আহিল । সকলো এ পৰীক্ষা দিলে । পৰীক্ষাৰ শেষৰ দিনা সকলোৱে ঘৰলৈ বুলি যাব ওলাল। ৰাজে ও নিহা ক  তা তা কৈ থৈ আহিল । মই ও সকলোকে বিদাই দি  চাৰ ৰ পৰা অনুমতি লৈ  ঘৰমুৱা হলো । ২ মাহ দিন বন্ধ তাৰ পাছত আমি তিনিটাই ক্লাছ ১১ আৰু ১২ ইয়াতে পঢ়াৰ কথা। বহু দিনৰ বাবে  নিজৰ লগৰ কেইটাৰ পৰা আঁতৰত থাকিব লগীয়া হোৱাত এটা সেমেকা মন লৈ ঘৰলৈ আহি আছিলোঁ। 
          সাত দিন মান থকাৰ পাছত হে ঘৰত মনটো বহে। ঘৰত থাকিও ভালেই লাগে , মাৰ হাতৰ তৃপ্তিৰে ভৰা খানা। হোষ্টেল অৰ পৰা অহাৰ পাছত দুই তিনিদিনৰ লৈ কে তো তুমি  ঘৰত সকলো মৰম পাবা,তুমি এ ৰজা , বাবা এইটো খা , সেইটো খা...... তাৰ কেইদিনমানৰ  পাছত নকৰিব লগীয়া কামবোৰ  কৰি মাৰ পৰা শুনা গালি বোৰো  আছিল মোৰ বাবে আশীৰ্বাদ ।কাৰণ ভাগ্য লাগিব , সকলোৰে ভাগ্য ত ও নাথাকে। হব পাৰে সেইটো সময়ত অলপ সেইবোৰ তিতা আছিল , কিন্তু এতিয়া মনত পেলালে ভালেই লাগে দিয়কচোন


Part (2)  

 
           .....        মোৰ সম্পূৰ্ণ নামটো তু নাজানেই হয় । মই ৰিয়াণ  ঐনিতম।   আৰু অলপ  ক্ও সুনক ............. আমাৰ সেই আৱাসিক বিদ্যালয়ৰ বিষয়ে  । মই   ষষ্ঠ শ্ৰেণীৰ  পৰাই  তাতেই হোষ্টেল অত থাকিচিলো । আমাৰ স্কুল খনত  ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পঢ়াৰ সুবিধা আছে। অনুমান কৰিছে চাগে স্কুল খনৰ নাম কি !😊 ৰেগিং কৰা    টো সাধাৰণ কথা আছিল তাত ।  Senior কাপোৰ       ধোৱা , কথা নুহোনিলে মাৰ খোৱা,  এইবোৰ টো সকলো আৱাসিক বিদ্যালয় তে থাকেই। লগৰবোৰৰো অৱস্থা একেই আছিল আৰু যি কৰিব পাইছিল ও  সকলোৱে একেলগে পোৱাৰ কাৰণে সিমান বেয়া লগা  নাছিল।😊।আৰু আমাৰ জীৱন টোও এনেকুৱাই।  ক্লাছ ৯ অৰ পৰা  ১২ লৈকে  আছিল মোৰ বাবে জীৱনৰ সৰ্বোত্তম সময় । সদাই  মিছ কৰোঁ ।  সৰুৰে পৰা তাতেই  শিকিছিল ও যে  মানুহৰ জীৱন এটা   সময়ত সুখ আৰু এটা সময়ত দুখৰ লগৰী হয় । 

           পঢ়াৰ লগতে এই সকলোবোৰ ৰে   শিকিছিলো তাত । এতিয়া আহো আমাৰ কাহিনী লৈ 😊। কাহিনীও জীৱনৰ এটা  আমোদজনক লগৰী ।  
      স্কুল দুমাহ বন্ধ আছিল । এই দুমাহতে  জীৱনত এটা কমেডী হৈ গল।  মাৰ মোবাইল টি প্ৰায় মোৰ হাততে থাকে ।লাহে লাহে  লগৰ সকলোৰে লগত মেচেজ কৰিব আৰম্ভ কৰিলো ।কাৰণ মেচেজ  এ আছিল এনেকুৱা এটা বস্তু যত আপোনাৰ কিবা কথা পতিবলৈ একো হুকা বাধা নালগে । ৰাজ মোৰ আৰু ৰবিৰ ঘৰ একেটা অঞ্চলতে । গতিকে মই এদিন  ৰবি ৰ ঘৰত থকা  কে যাবলৈ  উলালো । তাৰ ঘৰৰ পৰা খুব মাতি আছিল । ৰাজ ও আহিল ।
       ২৫ দিন  দিনৰ পাছত গোটেই কেইটা একেলগে ৰবীৰ ঘৰত । গতিকে গম পাইচেই ৩ তা লগৰ একেলগে লগ পালে কি হয় ......😊
      (সেইদিনাৰ ৰাতি ৰবি ৰ ঘৰত)...
ৰাজ : অই ৰবি ৰিয়া ৰ নম্বৰ আছে নেকি দে  চুন।
(ৰবীৰ ওচৰত ছোৱালীৰ সব কণ্টেক্ট থাকে)

ৰবি :  আছে । নিদু ,  কেলে  এজনী থকাৰ পাছতো   ৰীয়া ৰ নম্বৰ লাগে তোক।

ৰাজ : আঁৰে নিহাই  খুজিছে ৰে  , দেনা ।

ৰবি : ল কৈছোঁ । আৰু এটা কথা জান নাই ৰাজ (মোৰ ফালে আঙুলি টোৱাই)  এইটো ৰিয়ান আজিকালি ৰিয়া ৰ লগত পোৰা  বিজি । এনেই ছোৱালীৰ লগত কথাই  নাপাত এ , এতিয়া ঘৰত আহি চা গোটেই টো মোবাইলত বিজী।
ৰাজ : অৱ  ৰে , লক্ষ্য টো কৰিছোঁ মই আজিৰ পৰাই।

মই : ধেইত , এনেই তহঁতি ফালটো কৰি নাথা ক  দেই।

ৰাজ : ৱাহ লৰা ডাঙৰ হৈছে । ক..... না ৰিয়ান কি কী  পাতহ। 

মই : সেইদিনা  পৰীক্ষা ৰ কথা সোদি এনেই কথা পাতিছিল ও । আৰু এতিয়া নম্বৰ এ নাই  ডিলিট হল।

ৰবি : ঘটিটো কে** , চাও দম আছে যদি মোবাইল টো দেখা  সোণ আমাক মিছা কব আহে ই  চা । ৰাজ সোধচুন ইয়াক কিমান  দোৰ পালেগৈ ই।

ৰাজ ( Emotional ব্লেকমেইল কৰাত নম্বৰ ) :
অই তই আমাকো নকওঁ নে ক্লাছ 6 অৰ পৰা আমি একেলগে পঢ়ি আহিছোঁ। এই চাৰি বছৰৰ দোষ্টি এইটোৱেই ,  পাহৰি গলি তই । কোনোবাই ক্লাছ অত দম দিলে তোৰ ওচৰত আমি প্ৰথম থাকো। কেতিয়াবা মাৰ খালে ও একেলগে  খাও । সেইদিনা যে "বিনোদ"😆 দাক  বেয়া কথা কৈ দম দিয়াৰ কাৰণে   যে  গোতেই Senior খিনিৰ পৰা  মাৰ খাই ছিলো । মানে মই নাই খোৱা  ওচৰত টো আছিলোঁ  হয় নাই ৰবি... তোক মলম লগাই দিছিলো কান্দি থাকোতে পাহৰি গলি । য়েহি  ডস্তি য়েহী..............
                 চুপ হো যাও মেৰে দোস্ত । এইবোৰ কৈ কৈ টো চেন্টি আৰু  bore   দুয়োটাই কৰাও ।কে**। জনা আছে তোক  চুতীয়া ।   ৰহ কৈছোঁ কি কি হল তহঁতক । মই ফোন টোত  ৰি য়া ৰ  মেচেজ চাই আৰম্ভ কৰিলো ..............

ৰবি : ৰাজ মানিলো কিন্তু তোক😀।

(ৰাজে    হাহিলে 😆😆)

মই : তাইৰ লগত এইকেইদিন অলপ কথা এনেই নৰ্মেলি পতা হৈ আছে আৰু । কিন্তু তাই লগতে বেছি পতা হয়।😀

ৰবি :  ৰাজ  দেখিলি, কথাৰ গুৰি  কৰবাত ,মই গম পাইছিলো এ উঠনি চাৰ্জ ত থাকোঁতে দেখিছিলো   যেতিয়া তাৰ ফোন অত ৰীয়াৰ মেচেজ আহিছিল  ।  লৰাই  কথাই নাপাতে স্কুল অত, এতিয়া  কে** চুপা  ৰোস্তম।

ৰাজ :  হা হা ,   চা লা।  তেৰে  জেইছে  chutio কি কমি নহি ইছ দুনিয়া মে ।,

মই : কবলে দিবিনে।   নে নকওঁ ,

ৰবি: এ কোৱা কোৱা কে**  ষ্টাৰ্ত কৰিছা হে।

মই: সোণ তেনে ,বেলেগ একো নাই  ,এই মাহটোত তাইৰ লগত অলপ বেছি কথা পতা হল আৰু😆, মোক কৈছে ,তুমি স্কুল ত কাকো নামাতা যে কিয় , তেতিয়া মই কলো  আৰু মেইন্ কথা টো , , আৰু তাৰ পাছতে কথা পতা হৈ আছে ডেইলী, হচাকে , তাইৰ লগত ভালেই লাগিছে কথা পাতি(lol)  ।

ৰাজ : তেনে আজি প্ৰপচ টো কৰি দে , আমিও অলপ কৈ দিম তোৰ কথা নে কি !
  
ৰবি:  অ, কে** বৰিয়া  Riyan go ahead ..you can do it .....

মই : হেই পাগল নেকি ছবে কি বুলি ভাবিব।

ৰবি : মক্কেল , ছবৰ  কথা বাদ দে , ছবে‌ আহি kiss কৰিব নেকি টোৰ মাইকিক। 🤣

ৰাজ: হা হা হা হা :

মই : চুপ  কে**   হুই যা ঐ বহুত ৰাতি হল  আৰু ৰাজ  ইমান তেটো ফালি হাঁহি ছ , ৰবিৰ মাক বাপেক উঠি আহিব ।

ৰবি :   কিন্তু ৰীয়ান গম   পাৱ এ তাই  কেনেকুৱা  ,কিমান চেনী... ক্লাছ 7 অত  দীপক দা, 8 অত  মনোজ  9 অত স্কুলৰ বাহিৰৰ এটা লৰা  , আৰু  এতিয়া ........😆

মই : হেই কে***। হোই যা , মই নপতাও টো তাইক।

ৰাজ : অই ১ টা বাজিলে  হো হো good night

ৰবি: অ  ৰাজ আচ মানে তয় আজি ইমান জল্ডি থলী যে  কথা পাতি.  শুই গল নেকি নিহা , ফেনিওৱা বন্ধ কৰিলা  যে  ইমান জল্ডি, ।.............অৰ মেৰে দোস্ত  ৰিয়ান be careful ,,,,,.......

ৰাজ  (ৰবি ক মিড্ডল ফিংগাৰ দেখাই ফুচ ফুচাই ): ......F**k you

মই : হা হা , হব  হব গোড নাইট ।( ৰিয়াৰ মেচেজ অৰ ৰিপ্লাই দি শুই পৰিলোঁ।)

         ৰাতিপুৱা  ব্ৰেকফাস্ত কৰি  ৰাজ অৰ বাইক অত  ওলাই  আহি ঘৰ পালোঁ হি  , ৰাজে নিজৰ ঘৰ গল ।
    ঘৰ সোমাই এ  ৰীয়াৰ মেচেজ.......
ৰীয়া:  Hey

মই: hello, কি কৰিচা?

ৰীয়া: shopping  কৰিব  উলাইছো , তুমি ?

মই : জাস্ত ৰবি ৰ ঘৰৰ পৰা  আহিছো ।  কালি তোমাৰ কথা  সুধিছিল সিহঁতে ।

ৰীয়া : কি সুধিছিল ?

মই: নহয় একো  । কেতিয়া জাবা তুমি?

ৰীয়া: কি কৈ পিনে নুকুৱা ? পাছত  কবা।   মই জাও এতিয়া  ta da......

মই :bye ......ok
       
           গম পোৱা নাছিলো । কেনেকুৱা   অনুভৱ হৈছিল ।কিন্তু  সঁচাকৈ যি আছিল ভাল আছিল...... কিবা এটা ভাল লাগি আহিছিল।
      এনে দৰে দিনবোৰ পাৰ হৈ  গৈ আছিল। ১ মাহ ২০ দিন পাৰ হল .....স্কুল খোলাৰো সময় পাইছেহি।

(১মাহ ২৫ দিন......  মেচেজ ত)
১.৩৫ PM

মই : কি কৰিছা ?

ৰীয়া: কিতাপ এখন পঢ়ি আছিলোঁ , কালি মেচেজ reply নকৰিলা যে।

মই : অৱ মাই ফোন টো লৈ গৈছিল

ৰীয়া: আচ্চা কব  টো পাৰা।

মই(ভাবিলো আজি কৈ এ দিও ) : ফোন এটা কৰোঁ নেকি?
ৰীয়া: কিয় 😊

মই: কথা এটা কব আছে তোমাক ।
ৰীয়া: ঠিক আছে ......

(লাহে লাহে heart  টো  ধ কিয়াই।  All is well ,all is well......কেতিয়াও কোনো চোৱালী লগত এনেদৰে আগত কথা পতা নাছিলোঁ । সঁচাই আজি হাত খন কপি উঠিছে ,নাজানো কিয়? মন টো ডাঠ কৰি ফোন টো লগাই দিলোঁ, এটা অসমীয়া গান বাজি উঠিল।)

ৰীয়া:  hello ,

মই :  কি কৰিছা?(গম পাও এ কি কৰি আছে,আকৌ হেইটোৱে হুদি পাইছোঁ কে**। মনতে ভাবিলো)

ৰীয়া: বোক এখন পঢ়ি আছিলোঁ ,কিবা কম  কৈছিলা। কোৱা আকৌ।

মই (এনাৰ্জী গোটাই লৈ) : হে ....হে হেৰী।

ৰীয়া: কি হেৰী ,কোৱা। 

মই ( এ কে** 1,2,3 go,দীঘল কে ঊষা এটা লৈ): ম......ম ই তোমাক ........মানে ,সেইদিনা যে তুমা ক  আমি লগৰ কেইটাই তোমাৰ কথা কি পাতিছিলো সেইটতুৱে মমমম...... তুমি বহুত চেনী বোলে ....ক্লাছ 7 অত  দীপক দা, 8 অত  মনোজ  9 অত স্কুলৰ বাহিৰৰ এটা লৰা পটাইছিলা নেকি! (আহ কে* কি কৈ আছোঁ মনতে ভাবিলো )


(অলপ সময় মৌনতা ৰ পাছত)


ৰীয়া: চাল্লা গাধ সব ... চিংগল এ থাকিবি তই। হৰামি 

সব তহতি    ছবেই এইবোৰ কথাই পাতিবি ,  ফোন থ 
 মই : ৰি .....মই সেইটো  অৰ্থ কৈ .........

      (ফোন কটাৰ শব্দ.........)

দিনটো তেনেদৰেই পাৰ হল ,মনটো  বে লাগি থাকিল
কিন্তু তথাপিও তাইক বাৰে বাৰে বুজাবলৈ ট্ৰাই কৰিলো । কিন্তু তাই ফোন নুঠালে।

     .... স্কুল খোলাৰ  সময় আহি পৰিল।সকলোৱে স্কুল আহিল। বহুদিনৰ মূৰত সকলোকে লগ পালে। মনটো আকৌ ভাল লাগিল। ৰাজ আৰু ৰৱিক লগ পালো ।....

(স্কুলত)...
ৰবি : অই তোৰ  আৰু ৰীয়া ৰ কেছ টো কি হল ।

ৰাজ: অৱ তাইকো দেখা নাই স্কুলত । কিবা হল নেকি নাই অহা যে ।

(তেতিয়া মই হিহঁতক সকলো কথা বিবৰি কলো)

মই: চাল্লা  ৰিল লাইফ ত  হে দেখিছিলো এনেকুৱা হোৱা ।।।।মোৰ real লাইফ ত   হৈ গল বে।.......

ৰবি আৰু ৰাজ(দুয়োটাই একেলগে) : উহ হো হা হা হা হি হী হে উঃ হো হো সুই । কে** ৰ ৰ পেট বিষাব উঃ হো সুই এতিয়া।😆😆😆😆

মই: হাহিছ  কে**,  হাৰামি সব।

ৰবি (মোৰ পৰা অলপ দূৰলৈ গৈ): চালা ত ই কিয় কলি এনেকে মক্কেল ।মই এনেইহে কৈছিলো তাইৰ কথা, তই মোক এবাৰ শুদি লব পাৰ।

মই (চেণ্ডেল পাত খুলি তাৰ লৈ বুলি দলিয়াই):
ছালা  chutiya কে** ৰঃ  তোক বুলি খেদি গলো

*******
(বৰ্ত মান)
ভাইতি যা গৰু কেইটা চাই আহিবি  গধূলি সবৰে হল । নহলে পাপাই আহি এনেই গালি দি থাকিব হি (মা এ ভিতৰৰ পৰা চিঞৰি কলে)

মই : ৰৱ 5 মিনিট গৈ আছোঁ । কাহিনী এটা লিখি আছোঁ

মা: কি কাহিনী লিখিছ!  নামটো কি? 

মই : এটা ওৰ পৰা কাহিনী (তাই কোৱা সেই ৮ তা  আখৰ)

মা: আগৰ দখৰ বুজি পালো কিন্তু ৮ ত  আখৰ কি??
মই(এটা হাঁহি ৰে) : I L O V E Y O U
                              ১২৩ ৪ ৫ ৬ ৭ ৮
            বাহিৰলৈ আহি দেখিলোঁ বৰষুণ টো প্ৰাই  এৰিছে । earphone Dal কাণত লৈ   ভাস্কৰ অপস্বালে  গোৱা নদীৰ দৰে গানটো লগাই গৰু আনিবলৈ ওলাই গলো । 

    00000000000000000000

আজিৰ কাহিনী ইমানতে সামৰিলো । অন্য এদিন আকৌ লিখিম হেই ৮ তা আখৰ মই কৰ পৰা লাভ কৰিলো।.......কেনেকুৱা লাগিল  কমেন্ত অত কিন্তু জনাব দেই । আপোনাৰ ১ তা Comment mur babe ১০০০ ta সঁহাৰি ৰ সমান। 

আৰু কাহিনী বাকী আছে , কিয় ৰীয়া স্কুল নাহিল। মোৰ আৰু ৰীয়া ৰ মাজত কিঃ হলগৈ। মোৰ আৰু ৰবি ৰ বন্ধুত্ব কেনেকুৱা এতিয়া । সকলো খিনি পাব মুৰ ৩য় খণ্ডত।  গতিকে ইয়াৰ সকলো  বাতৰি পাবলৈ মোৰ YouTube channel  "topareheresubscribe  কৰিব আৰু মোৰ ব্লগ টো follow কৰিব 
       ধন্যবাদ 😊



    ~Hrithik Borsaikia


  

  






    

        .....


Comments

This comment has been removed by the author.

Popular posts from this blog

মৰহা ফুল পাহ

  পৃথিৱীৰ বিশাল বাগিচা খনত তাই , আজি যেন এপাহ মৰহা খৰিকাজাই । কোন হব তাইৰ সেই মনৰ বৰষুণ , যিয়ে আকৌ তাইৰ পৰশ তুলিব ভিজাই । শুকান পাত সৰি যেতিয়া হব সেউজীয়া, লহঁ - পহকৈ তাই জিপাল হৈ উঠিব। কবনে এই নতুন বৰষুণ জাকক, তোমাৰ অবিহনে মই নোৱাৰোঁ থাকিব । কবনে তাইৰ সকলো দুখ পাহৰি ? আঁকোৱালি লবনে তোমাক ,দুয়ো হাত ধৰি, তাই কবনে? মোৰ হৃদয় নাভাগিবা আকৌ, নহও মৰহা ফুল মই, হব বিচাৰোঁ তোমাৰ  অনাদি লগৰী  ।। ...........     ~Hrithik Borsaikia.........

কভিড ১৯ আৰু মই........ (১)

‌  আগষ্ট মাহৰ ১৩ তাৰিখ , চৰকাৰে কৈছে স্কুল কলেজ খুলিব ছেপটেম্বৰ পৰা । আৰু কিছুমানে দাবী কৰিছে  খুলিব নলাগে । আমনি টো লগিছেগৈ ,  এটা পিঞ্জৰাত সোমাই থকা দৰে আমাৰ দশা । কেতিয়াবা এনে লাগে যেন   ,হেই ডাক্তৰ জনে কৈছিল যে কৰণা  চৰণা এনেই এইবোৰ  চৰকাৰ পলিতিকচ  বোলে , কিন্তু কেতিয়াবা ফেচবুকত  বৰ দুখ লগা কিছুমান  ভিডিও বোৰ দেখি  ডাক্তৰ জন মূৰ্খ নিচিনাই লাগে । গতিকে আমি নিজেই সাৱধানতা মানি চলা টো অতি দৰকাৰ ।।বেমাৰ কৰপৰা আহি কত পালেহি ।।      যি কি নহওঁক বেমাৰ টো কমাৰ সম্ভাৱনা আছে যদিও  সোনকালে যে শেষ হব  , আগৰ নিচিনা নৰ্মেল দিনবোৰ আহিব , তাৰ  আশা কম যেন লাগে । ২০২০ হচাকে এটা অশান্তিৰ সময়।  প্ৰথমে কা" ৰ কাৰণে  আৰু এতিয়া কৰনা , তথাপিও কা" আমি এতিয়াও নামানো আৰু কেতিয়াও মানি নলও 🤬 ।          বাৰু যি কি নহওঁক এই লকাডাউন ৰ সময়ত মোৰ নিচিনা ২২ বছৰীয়া  লৰা বোৰে কি কৰি আছা কব চুণ comment  ot ।। বহুত বেয়া দিন আহিল , ঘৰত দেউতা মাই এ চাই চাই উ আমনি...

কথাটি কেনেকৈ কওঁ?

 কথাটি কেনেকৈ কওঁ? কথাবোৰ পাতি যেতিয়া ভাল লগা হয়। অন্য কামত যেতিয়া মন নবহা হয় , নিয়ন্ত্ৰনহীন মনতোৱে তেতিয়া কথা নুশুনা হয়, কথাটি বাৰু কেনেকৈ বুজাও মই ? এইয়াই যে ভালপোৱা হয় । পৰিপক্কতাক হেমাহি কৰি, যেতিয়া মই বিভ্ৰান্তিত ডুব যাও, তাইৰ হতে পাৰ কৰা সময়ৰ সোঁতত  যেতিয়া মই নিজকে হেৰুৱাও, এইয়াই যে ভালপোৱা কেনেকৈ বুজাও ?  তথাপি কিবা এটা ভুল হোৱাৰ উমান পাই, কথাতি কবলে কিয় মই থমকি ৰৈ যাওঁ ?     ~Hrithik Borsaikia