আগষ্ট মাহৰ ১৩ তাৰিখ , চৰকাৰে কৈছে স্কুল কলেজ খুলিব ছেপটেম্বৰ পৰা । আৰু কিছুমানে দাবী কৰিছে খুলিব নলাগে । আমনি টো লগিছেগৈ , এটা পিঞ্জৰাত সোমাই থকা দৰে আমাৰ দশা । কেতিয়াবা এনে লাগে যেন ,হেই ডাক্তৰ জনে কৈছিল যে কৰণা চৰণা এনেই এইবোৰ চৰকাৰ পলিতিকচ বোলে , কিন্তু কেতিয়াবা ফেচবুকত বৰ দুখ লগা কিছুমান ভিডিও বোৰ দেখি ডাক্তৰ জন মূৰ্খ নিচিনাই লাগে ।
গতিকে আমি নিজেই সাৱধানতা মানি চলা টো অতি দৰকাৰ ।।বেমাৰ কৰপৰা আহি কত পালেহি ।।
যি কি নহওঁক বেমাৰ টো কমাৰ সম্ভাৱনা আছে যদিও সোনকালে যে শেষ হব , আগৰ নিচিনা নৰ্মেল দিনবোৰ আহিব , তাৰ আশা কম যেন লাগে ।
২০২০ হচাকে এটা অশান্তিৰ সময়। প্ৰথমে কা" ৰ কাৰণে আৰু এতিয়া কৰনা , তথাপিও কা" আমি এতিয়াও নামানো আৰু কেতিয়াও মানি নলও 🤬 ।
বাৰু যি কি নহওঁক এই লকাডাউন ৰ সময়ত মোৰ নিচিনা ২২ বছৰীয়া লৰা বোৰে কি কৰি আছা কব চুণ comment ot ।। বহুত বেয়া দিন আহিল , ঘৰত দেউতা মাই এ চাই চাই উ আমনি পাইছে, মই ও ভাবিছোঁ কিবা এটা কৰিব লাগিব পহা শুনা কৰিও টো একু লাভ নহল শেষত টো এতিয়া বেৰজগাৰ এ হৈ আছোঁ ,আৰু এই লকডাউন ৰ কাৰণে ফিউচাৰ
টো কিমান কম্পেটিছন হব চাকৰি ৰ আশা কম , তথাপিও আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ কেইটামান এ আশা অলপ লৈ জীয়াই আছোঁ । কাৰণ ঘৰৰ ডাঙৰ লৰা যে ।
বাৰু মানুহৰ হুখ দুখ এই জীৱনৰ সংগ আৰু হেই এ হাঁহি এটি লৈ কলম টো হাতত তুলি ললো আজি, বুলো লিখি দিও আৰু মনত থকা কথা বোৰ কাকো কব নুৱাৰিলেও আপোনালোকে টো আছে । বাৰু আপোনালোক ৰ ঘৰৰ ওচৰত টেক তেকি আইতা আহে নে । নিচ্ছয় ঘৰত কেতিয়াবা তামোল খাব আহে ন । হেই দিনা আইতা এজনী আমাৰ ঘৰত আহিল । মই হুধিলো বুলো আইতা কিবা বেমাৰ এটা যে আহিছে গম পাইছে নে । আইতা ই কলে এ কৰিনা নে কি বোলা নামটো নেকি , ।মই কলো অহ জানে মানে কিন্তু কৰিনা নহই কৰুনা দেই (lol)।
মই: আইতা বেমাৰ্টো কেনেকুৱা গম পাইছে নাই । আইটাই : এ যাৰ তাৰ গা লে বিয়পে নেকি। চৰকাৰে বোলে ঘৰতে সোমাই থাকিব কৈছে , কিন্তু মই তাহতৰ নিচিনা পুথি মাছৰ জীয় লৈ ফুৰা জাতৰ নহয় কিন্তু , ঘৰত সোমাই থকা বিধৰ নহয় , ওলাই গলেও মোৰ একো নহয় ,
মই: হাঁহি এটা মাৰি। অহ হয় নেকি আইতা , তেতিয়া মই ......
To be continue.....
Comments