Skip to main content

Posts

Showing posts from August, 2020

এটা ওৰ পৰা কাহিনী (তাই কোৱা সেই ৮ তা আখৰ) 2020 - খণ্ড ৩

  খণ্ড-৩ ...   25/8/20   বতৰ টো বৰ গৰম আজি  । আজি চাগে  বৰষুণ জাকে  আমাৰ গাঁওখন বাদ দি বেলেগ  এখন ঠাই নিজৰ লগৰী কৰি ললে  । কাহিনী বোৰ শেষ নহলে ... লিখিবলৈ টো মন  গৈয়ে থাকে। সকলো কাহিনী এ সমাপ্ত হয়।কিন্তু ,কাহিনীৰ ভিতৰত থকা কিছুমান কাহিনী  হইটো আধাৰুৱা ......হৈ ৰৈ যায়...🙃.. মমম.......এইবোৰ পাছতেই জনা যাব ।।।।।কাহিনী লৈ আগবাহো...       আমি সকলোৱে ক্লাছ 11 ত ভৰি পেলাইছিলো। ক্লাছ 11 টু হয় স্কুলৰ ৰোলিং বেটছ (Roling batch) মানে......        শাসকীয়   চাম । স্কুলৰ সকলো কাৰ্য্য গতুৱা হই। স্কুল কেপ্টেইন পৰা আদি কৰি যিমান কেপ্টেইন আছে  হোষ্টেল প্ৰতি । ২য় খণ্ডত এটা প্ৰশ্ন আছিল যে  ৰবি আৰু মোৰ সম্পৰ্ক এতিয়া কেনে কোৱা বুলি ........ ময় কম  যে বন্ধু সদাই বন্ধুৰ ঠাইত ,তাৰ ঠাই কুনেও লব নোৱাৰে , ভুল  তো মুৰেই আছিল,মই এ  ৰিয়াক কৈ পাইচিলো তেনেকৈ। হেইয়ে  সকলো ঠিক থাক কিন্তু ৰীয়া ৰ কথা হে জনা  নাছিলোঁ এতিয়া লৈকে ......... আজি কালি ক্লাছৰ সকলোৰে ...

এটা ওৰ পৰা কাহিনী (তাই কোৱা হেই ৮ টা আখৰ)। ২০২০(খণ্ড ১ আৰু ২))

     Part(1)    ১৩/০৮/২০২০            ...........ৰোমৰ  খিৰিকীৰে জুমি চাই দেখিলোঁ আকাশখন কলা দাৱৰে আৱৰি ধৰিছে। শিতলিয়া ঠাণ্ডা বতাহ  অকন সোমাই আহিছে  , বৰষুণ  আহিব যেন লাগিছে । সঁচাকৈ এইবাৰ যোৱাবাৰত কে বৰষুণ বহুত বেছি । এই দুপৰীয়া ভাগত ও,গধুলিৰ  দৰে দৃশ্য এটা চকুত পৰিছে, চিপ চিপিয়া বৰষুণ আৰম্ভ হল। এনে লাগিছে যেন বতৰ টো  এ এটা প্ৰেমৰ অনুভূতি লৈ আনিছে। এটা ৰোমাণ্টিক গান শুনিবলৈ মই earphone  ডাল টেবুল অৰ পৰা লৈ কাণত লগাই ললোঁ..............         মনৰ ভিতৰতে নতুন কে মুক্তি পোৱা Trevor Deniel  আৰু Selena Gomez ৰ  Past life গানটো  মোবাইল টোত লগাই  মনতে গুণ গুণা ই.........   🎶🎶🎵I'm trying to be honest with my happiness Don't know why I'm bad at this,  And I don't want to sit all in my sadness I know it's a habit of mine Perfect, perfect timing I start but I don't know how to end Don't re, don't remind me I ruined it before it ...

কভিড ১৯ আৰু মই........ (2)

  তেতিয়া আইতাক মই ধুনীয়াকৈ সকলো খিনি কলোঁ ।          পিছে  আইতাই নো কত শুনিব, কলে  যে বোলে মৰিবলে আৰু বেছি দিন নাই । ভগৱানে যেনে কে নিয়ে নিব আৰু আইতা । মই কলো আইতা আপোনাৰ হলে যে আপুনি ঘূৰি ফুৰিলে সবকে বিলাই ফুৰিব । আইতা : হেই k*la মোৰ একো নহয়। তই ও পুথি মাছৰ জিও লৈ আছ। 🤣 আইতাক কোনে বুজাব পাৰিব comment ot জনাব চুন।      এতিয়া মেইন কথা লৈ আহো  , কৰনাই সঁচাই অসমত বৰ বেয়া ৰূপ লৈছে । কিন্তু মানুহৰ মনত  যিমান টো সাৱধানতা থাকিব লাগিছিল হিমান দেখা নাই । সেইকাৰণে অসমত দিনক দিন বাহি থাকিব ধৰিছে । আমি কেতিয়াও গম নাপাওঁ যে এই বেমাৰ যদি নিজৰ  হয় আপুনি  কিমান  ভুগিব লাগে , বেমাৰত টো ভুগিবই লগতে সমাজত আপোনাৰ অৱস্থা কনেকুৱা হব সেইটো  সকলোৱে জানে , গতিকে সেয়ে  সাৱধানতা মনা টো অতি দৰকাৰ , বেমাৰ ভাল হব কিন্তু সেই সময় চোৱাত ,  হোৱাৰ পাছত আপোনাৰ পৰিয়ালৰ লোকে সমাজৰ লগত   একে গতিত চলিব নোৱাৰিব , আপুনি যিমানে ডাঙৰ বা ধনী নহওঁক এই বেমাৰত  সকলো সমান ।।।মানে ইয়াত লেভেল সবৰে সমান । গতিকে অলপ ভ...