নিজৰ ঘৰত থাকি ভাল পোৱা, সি আজি আছেগৈ নগৰৰ এটা ভাৰা ৰোমত , কাৰন তাৰ মনে এটা শান্তিৰ পৰিবেশ বিচাৰিছে।এটা গুণমান জীৱন লাভ কৰিবলৈ এটা শান্তীময় ৰোমৰ ভিতৰতে সি নিজৰ লগতে যুদ্ধ কৰি আছে ॥ ঘৰৰ মানুহৰ লগতে গাৱৰ লোকেও তাক এটাই প্ৰশ্ন সোধে- বাবা এতিয়া কি কৰিবি ? পঢ়াটো শেষেই কৰিলি । .......সদাই সি দুপৰিয়া খানা খাই ৰোমৰ ওচৰতে ফুত পাটৰ দুকান খনলৈ ওলাই যাই । যেতিয়া তাৰ কেৰিয়াৰৰ চিন্তা বাঢ়ি যায় ,তেতিয়া সি আকৌ সেই দুকান খনলৈ বোলি ওলাই যায়। সকলোৰে লগত সময় পাৰ কৰি আদ্দা মাৰি ভাল পোৱা সি আজি যেন অকলশৰে সময় পাৰ কৰি বেছি ভাল পায়। কেতিয়াবা তাৰ আবেগৰ পুৰনি ভাল লগা কথাবোৰ মনত পৰিলে ,সি আকৌ ওলাই যাই ফুত পাটৰ দুকান খনলৈ । :খুৰি লাইট এটা দিয়ক (চিগাৰেট টো জলাই সি নিজেই নাজানে তাৰ ভাৱনা বোৰ কিমান দুৰ পাইগৈ।) :বাবা তই , বাইকত বহি এই দাল খাই ওপৰলৈ চাই কি চিন্তা কৰ্? :অ খুৰি আপুনি মোক লক্ষ কৰে মানে ? (সি মিচিকিয়া হাহি এটা মাৰি কলে) :কিয় নকৰিম , দোকানলে অহা প্ৰতিজন গ্ৰাহককে কৰো। :খুৰি আপুনি দেখিচেনে সেই নিলা আকাশখন কিমান ধুনিয়া ,কেনেদৰে চৰাইবোৰে ৰং মনে উৰি আছে , মইয়ো অলপ সময় সকলো বাদ দি এ...
অসমীয়া Love Story, চুটি গল্প, আৰু বহুতো আপোনালোকৰ বাবে আহি আছে বহুতো ভাল লগা কবিতা , কাহিনী , প্ৰবন্ধ ।